ETV Bharat / state

Sonitpur District Day: শোণিতপুৰ জিলা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা

author img

By

Published : Aug 3, 2022, 10:09 PM IST

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত শোণিতপুৰ জিলা দিৱসত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা(Minister Pijush Hazarika in Sonitpur District Day) ৷ উক্ত অনুষ্ঠানৰ জৰিয়তে তেজপুৰবাসীলৈ মন্ত্ৰীগৰাকীৰ অভিনন্দন জ্ঞাপন ৷

minister-pijush-hazarika-in-sonitpur-district-day
শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত শোণিতপুৰ জিলা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা

তেজপুৰ, 3 আগষ্ট: বুধবাৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শোণিতপুৰ জিলা দিৱস(Minister Pijush Hazarika in Sonitpur District Day) ৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ৷ মন্ত্ৰীগৰাকীয়ে শোণিতপুৰ জিলা দিৱসত বক্তব্য ৰাখি জিলা প্ৰশাসনৰ লগতে জিলাখনৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰে । ১৯৮৩ চনৰ ৩ আগষ্ট অৰ্থাৎ আজিৰ দিনটোত দৰং জিলাৰ পৰা শোণিতপুৰ জিলাৰ নামাকৰণ কৰি পৃথক জিলা হিচাপে ঘোষণা কৰা হৈছিল ।

Minister Pijush Hazarika in Sonitpur District Day

বান ৰজা আৰু উষা-অনিৰুদ্ধৰ কাহিনীৰে প্ৰখ্যাত তেজপুৰ চহৰৰ ঐতিহ্যক লৈ আমি সকলোৱে গৰ্বিত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনক সৰ্বাংগসুন্দৰ কৰি গঢ়ি তুলিবৰ বাবে সকলোৱে প্ৰয়াস কৰিব বুলি আশা প্ৰকাশ কৰে ।

ইফালে, উক্ত অনুষ্ঠানৰ জৰিয়তে তেজপুৰবাসী সাংস্কৃতিক মনৰ অধিকাৰী বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে, মন্ত্ৰীগৰাকীয়ে বিগত কাৰ্যকালত নগৰ উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হৈ থাকোতে তেজপুৰ পৰিচ্ছন্ন চহৰ হিচাবে স্বীকৃত পোৱাৰ কথা উল্লেখ কৰি তেজপুৰবাসীক ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে ।

আনহাতে, জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত শোণিতপুৰ জিলা দিৱসত মন্ত্ৰী হাজৰিকাৰ লগতে জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল, বিধায়ক পদ্ম হাজৰিকা, গণেশ কুমাৰ লিম্বু, পৃথ্বীৰাজ ৰাভা আৰু কৃষ্ণ কমল তাঁতী, ৰাজ্যৰ তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ, অৱসৰপ্ৰাপ্ত অধ্যাপক পুৰ্ণেশ্বৰ নাথ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট লেখক ছবিলাল উপাধ্যায়, কবি-লেখিকা ড৹ তপতী বৰুৱা কাশ্যপ, বিশিষ্ট সমাজকৰ্মী বাতাচ ওৰাং, জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিন, তেজপুৰ জিলা পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানা ভট্টাচাৰ্যৰ লগতে জিলাখনৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Bihu Workshop: ভৰ শাওণত ঢোলে গুম গুমালে জামুগুৰিহাটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.