ETV Bharat / state

বিশাল ৰেলীৰে ভোটাৰৰ মাজত এম জি ভি কে ভানু

author img

By

Published : Mar 23, 2019, 8:12 PM IST

ঢেকীয়াজুলিৰ শইকীয়া চুবুৰীত শিৱমন্দিৰত মূৰ দোঁৱাই আশীৰ্বাদ ল'লে ভানুয়ে ৷ সহস্ৰাধিক বাইক আৰু গাড়ীৰে শনিবাৰে সমষ্টিটোৰ বিভিন্ন ঠাইত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন আমোলাগৰাকী ৷

এম জি ভি কে ভানু

তেজপুৰ, ২৩ মাৰ্চঃ তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱে অংশগ্ৰহণ কৰিলে বিশাল ৰেলীত ৷ সহস্ৰাধিক বাইক আৰু গাড়ীৰে শনিবাৰে সমষ্টিটোৰ বিভিন্ন ঠাইত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন আমোলাগৰাকী ৷

এম জি ভি কে ভানু

ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী ঢেকিয়াজুলিৰ শইকীয়া চুবুৰীৰ শিৱ মন্দিৰ প্ৰাঙ্গণৰ পৰা দলীয় সমৰ্থকে বিশাল ৰেলীৰে আদৰণি জনায় ভানুক ৷ শিৱ মন্দিৰত মুৰ দোঁৱাই আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে সমৰ্থকৰ বিশাল ৰেলীৰে একপ্ৰকাৰ নিজৰ শক্তি প্ৰদৰ্শনকৰিলে ৰাজ্যৰ প্ৰাক্তন আমোলাগৰাকীয়ে ৷

ৰেলীত অংশগ্ৰহণ কৰি ভানুৱে কয় যে, "মোক কংগ্ৰেছ দলে যি দায়িত্ব প্ৰদান কৰিছে তাক ভালদৰেই পালন কৰিম ৷ দলে মোক তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দি ৰাইজৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে তাৰ বাবে মই যিমান পাৰো সিমান ৰাইজৰ বাবে কষ্ট কৰিম ৷ হিন্দু মুছলমানৰ মাজত বিজেপিয়ে যি সংঘাট সৃষ্টি কৰিছে তাৰ লগতে ৰাজ্যৰ অন্যতম সমস্যা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলেই হ'ব মোৰ মূল নিৰ্বাচনী ইছ্যু ৷"

Intro:OC/VO Assam
ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী ঢেকিয়াজুলিৰ শইকীয়া চুবুৰীৰ শিৱ মন্দিৰ প্ৰাঙ্গণৰ পৰা তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থী এম জি ভি কে ভানুক বিশাল বাইক,গাড়ীৰ ৰেলীৰে আদৰি আনিলে সমৰ্থকে৷শিৱ মন্দিৰত মূৰ দোঁৱাই আশীৰ্বাদ লৈ নিজ সমষ্টিৰ ভোটাৰ ৰাইজৰ মাজলৈ বিশাল ৰেলী কৰি শক্তি প্ৰদৰ্শন কৰিলে ভানুৱে৷মোক কংগ্ৰেছ দলে তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দি ৰাইজৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে৷ মই যিমান পাৰো সিমান ৰাইজৰ বাবে কষ্ট কৰিম৷হিন্দু মুছলমানৰ মাজত বিজেপিয়ে যি সংঘাট সৃষ্টি কৰিছে সেয়া আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলেই হব ভানুৰ মূল ইছ্যু৷. Amal Nath, Dhekiajuli. Body:OC/VO
ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী ঢেকিয়াজুলিৰ শইকীয়া চুবুৰীৰ শিৱ মন্দিৰ প্ৰাঙ্গণৰ পৰা তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থী এম জি ভি কে ভানুক বিশাল বাইক,গাড়ীৰ ৰেলীৰে আদৰি আনিলে সমৰ্থকে৷শিৱ মন্দিৰত মূৰ দোঁৱাই আশীৰ্বাদ লৈ নিজ সমষ্টিৰ ভোটাৰ ৰাইজৰ মাজলৈ বিশাল ৰেলী কৰি শক্তি প্ৰদৰ্শন কৰিলে ভানুৱে৷মোক কংগ্ৰেছ দলে তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দি ৰাইজৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে৷ মই যিমান পাৰো সিমান ৰাইজৰ বাবে কষ্ট কৰিম৷হিন্দু মুছলমানৰ মাজত বিজেপিয়ে যি সংঘাট সৃষ্টি কৰিছে সেয়া আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলেই হব ভানুৰ মূল ইছ্যু৷Conclusion:OC/VO
ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী ঢেকিয়াজুলিৰ শইকীয়া চুবুৰীৰ শিৱ মন্দিৰ প্ৰাঙ্গণৰ পৰা তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থী এম জি ভি কে ভানুক বিশাল বাইক,গাড়ীৰ ৰেলীৰে আদৰি আনিলে সমৰ্থকে৷শিৱ মন্দিৰত মূৰ দোঁৱাই আশীৰ্বাদ লৈ নিজ সমষ্টিৰ ভোটাৰ ৰাইজৰ মাজলৈ বিশাল ৰেলী কৰি শক্তি প্ৰদৰ্শন কৰিলে ভানুৱে৷মোক কংগ্ৰেছ দলে তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দি ৰাইজৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে৷ মই যিমান পাৰো সিমান ৰাইজৰ বাবে কষ্ট কৰিম৷হিন্দু মুছলমানৰ মাজত বিজেপিয়ে যি সংঘাট সৃষ্টি কৰিছে সেয়া আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলেই হব ভানুৰ মূল ইছ্যু৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.