ETV Bharat / state

বিদ্যুতৰ খুঁটাত বান্ধি উত্তম মাধ্যম চোৰক - ই ৰিক্সাত চুৰি কাৰ্য্য সংঘটিত কৰোতে হাতে লোতে ধৰা পৰে

'চোৰ কৰা উত্তম বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা' । আপ্ত বাক্যশাৰী সত্য প্ৰমাণিত হ'ল তেজপুৰত । বেটেৰী চুৰি কৰি হাতে লোতে ধৰা পৰা চোৰক খুঁটাত বান্ধি উত্তম মাধ্যম ৰাইজৰ (Man brutally beaten up for battery theft in Tezpur) ।

people hitting thief in tezpur
বিদ্যুতৰ খুঁটাত বান্ধি উত্তম মাধ্যম চোৰক
author img

By

Published : Apr 4, 2022, 8:27 PM IST

তেজপুৰ,৪ এপ্ৰিল: তেজপুৰ সদৰ থানাৰ অধীনত মহাভৈৰব আৰক্ষী চকী এলেকাত দিন দুপৰতে দুটা বেটেৰী চোৰ হাতেলোতে ধৰা পৰাত বিদ্যুতৰ খুঁটাত বান্ধি উত্তম মাধ্যম সোধায় স্থানীয় ৰাইজে (Man brutally beaten up for battery theft in Tezpur) ।

বেটেৰী চালিত ই-ৰিক্সাৰ পৰা ৰঞ্জিত আৰু গৰিলা নামৰ চোৰ দুটাই দীৰ্ঘদিন ধৰি বেটেৰী চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে সোমবাৰে দিনৰভাগত আন এখন ই-ৰিক্সাত চুৰি কাৰ্য্য সংঘটিত কৰোতে হাতে লোতে ধৰা পৰে ।

বিদ্যুতৰ খুঁটাত বান্ধি উত্তম মাধ্যম চোৰক

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সমগ্ৰ অঞ্চলটোত মুঠ ৪ টা চোৰ আছিল । তাৰে দুটা পলাবলৈ সক্ষম হয় যদিও এই দুই চোৰ ৰাইজৰ জালত পৰে । ক্ষোভিত ৰাইজে বিদ্যুতৰ খুঁটাত বাান্ধি উত্তম-মাধ্যম সোধাই চোৰ দুটাক । ঘটনাৰ খবৰ পোৱা মাত্ৰকে মহাভৈৰৱ আৰক্ষী উপস্থিত হৈ চোৰ দুটাক জিম্মাত লয় ।

লগতে পঢ়ক: আমগুৰিত চিৰাজউদ্দিন আজমলৰ প্ৰতিকৃতি দাহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.