ETV Bharat / state

প্ৰথমবাৰৰ বাবে বড়ো ভাষাত কালজয়ী নাট চিৰাজ - বাণ থি

প্ৰতি দুইবছৰৰ মূৰে মূৰে প্ৰদান কৰা হ'ব "বাণ থিয়েটাৰ বঁটা" ।এই বঁটাত থাকিব বাণ থিয়েটাৰৰ স্মাৰক, অংগ বস্ত্ৰ ,জাপি আৰু নগদ 20 হাজাৰ টকা ৷ এইবাৰ বাণ থিয়েটাৰ বঁটা আগবঢ়োৱা হ'ব প্ৰযোজক পৰিচালক কৃষ্ণ ৰয়লৈ ।

BAN
author img

By

Published : Jul 3, 2019, 6:20 PM IST

তেজপুৰ,3 জুলাই: নটসূৰ্য ফণী শৰ্মা ৰ কালজয়ী নাটক' "চিৰাজ' নাটখনি প্ৰথম বাৰৰ বাবে মঞ্চস্থ হ'ব বড়ো ভাষাত । তেজপুৰৰ অগ্ৰণী সংস্কৃতিক অনুষ্ঠান বাণ থিয়েটাৰে গ্ৰহণ কৰিছে পদক্ষেপ । ইয়াৰ লগতে বাণ থিয়েটাৰত আৰম্ভ হৈছে এমাহ জোৰা নাট্য কৰ্মশালা ।

প্ৰথমবাৰৰ বাবে বড়ো ভাষাত কালজয়ী নাট চিৰাজ
নটসূৰ্য ফণী শৰ্মাৰ নাট সমাৰোহৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে সপ্তাহ জোৰাকৈ আয়োজন কৰা হৈছে কাৰ্য্যসূচীৰ ৷ অন্যান্য অনুষ্ঠানৰ লগতে এইবছৰৰ পৰা প্ৰতি দুইবছৰৰ মূৰে মূৰে "বাণ থিয়েটাৰ বঁটা" প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাণ থিয়েটাৰে ।এই বঁটাত থাকিব বাণ থিয়েটাৰৰ স্মাৰক, অংগ বস্ত্ৰ ,জাপি আৰু নগদ 20 হাজাৰ টকা ৷ এইবাৰ বাণ থিয়েটাৰ বঁটা আগবঢ়োৱা হ'ব প্ৰযোজক পৰিচালক কৃষ্ণ ৰয়লৈ । 31 জুলাই ৰ পৰা আৰম্ভ হ'ব লগা এই নাট মহোৎসৱত গন্ধৰ্ব নাট্য গোষ্ঠী ,গুৱাহাটী, পূৰ্ব বংগ, বানথিয়েটাৰে ভোগজৰা আৰু বড়ো ভাষাত এটি দলে "চিৰাজ" নাটক খন মঞ্চস্থ কৰিব ।এই বিষয়ে জনায় নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী সোণালী জয়ন্তী বৰ্ষৰ আয়োজক সকলে,তথা বাণ থিয়েটাৰৰ সম্পাদক জিতুমনি দেৱ চৌধুৰীয়ে ।

Intro:তেজপুৰ,৩জুলাই: নটসূৰ্য ফণী শৰ্মা ৰ কালজয়ী নাটক' "চিৰাজ' নাটখনি প্ৰথম বাৰৰ বাবে মঞ্চয়ন হব বড়ো ভাষাত । তেজপুৰ ৰ অগ্ৰণী সংস্কৃতি ক অনুষ্ঠান বান থিয়েতাৰৰ এই পদক্ষেপ । লগতে আৰম্ভ হৈছে এমাহ জোৰা নাট্য কৰ্মশালা তেজপুৰত এই বান থিয়েতাৰত ।

Body:নটসূৰ্য ফণী শৰ্মা ৰ নাট সমাৰোহৰ সোনালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজন কৰা সপ্তাহ জোৰা কাৰ্য্যসূচী ৰ ভিতৰত অহা ৩১ জুলাই ত বান থিয়েতাৰৰ অন্যান্য অনুস্থান ৰ লগতে এইবছৰৰ পৰা প্ৰতি ২ বছৰ ৰ মূৰে মূৰে প্ৰদান কৰিব"বানথিয়েতাৰ বঁটা" ।
এই বঁটাত থাকিব বান থিয়েতাৰৰ স্মাৰক, অংগ বস্ত্ৰ ,জাপি আৰু নগদ ২০ হাজাৰ টকা ।

Conclusion:এইবাৰ বান থিয়েতাৰ বঁটা আগবঢ়োৱা হব প্ৰযোজক পৰিচালক কৃষ্ণ ৰয় লৈ । অহা ৩১ জুলাই ৰ পৰা আৰম্ভ হব লগা এই নাট মহোৎসৱত গন্ধৰ্ব নাট্য গোষ্ঠী ,গুৱাহাটী, পূৰ্ব বংগ, বানথিয়েতাৰে ভোগজৰা আৰু বড়ো ভাষাত এটি দলে "চিৰাজ" নাটক খন মঞ্চস্থ কৰিব ।এই বিষয়ে জনায় নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী সোণালী জয়ন্তী বৰ্ষৰ আয়োজক সকলে,তথা বানথিয়েতাৰৰ সম্পাদক জিতুমনি দেৱ চৌধুৰীয়ে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।৩/৭/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.