ETV Bharat / state

ক'ভিডৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটক সংখ্যা হ্ৰাস - assam covid

কৰ'ণাৰ বাবে পৰ্যটকৰ সংখ্যা হ্ৰাস হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত । ২০২০ চনৰ অক্টোবৰ মাহৰ ২০ তাৰিখৰ পৰা এই বছৰৰ এপ্ৰিল মাহৰ ২১ তাৰিখৰ ভিতৰত মুঠ ১,৯৮,৫৯৫ গৰাকী পৰ্যটকৰ আগমন ঘটে । ইয়াৰ ভিতৰত মাত্ৰ ৫৭০ গৰাকী বিদেশী পৰ্যটক ।

ক'ভিডৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটক সংখ্যা হ্ৰাস

author img

By

Published : Apr 23, 2021, 7:34 PM IST

তেজপুৰ, ২৩ এপ্ৰিল: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বিগত সময়চোৱাত অৰ্থাৎ ২০২০ চনৰ অক্টোবৰ মাহৰ ২০ তাৰিখৰ পৰা এই বছৰৰ এপ্ৰিল মাহৰ ২১ তাৰিখৰ ভিতৰত মুঠ ১,৯৮,৫৯৫ গৰাকী পৰ্যটকৰ আগমন ঘটে । ইয়াৰ ভিতৰত ৫৭০ গৰাকী বিদেশী পৰ্যটক ।

ক'ভিডৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটক সংখ্যা হ্ৰাস
ক'ভিডৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটক সংখ্যা হ্ৰাস

ৰাষ্ট্ৰীয় উদ্যান খনত কৰ'ণাৰ ভয়াৱহ পৰিস্থিতিৰ পিছত এই ধৰণে পৰ্যটকৰ আগমন হয় যদিও পূৰ্বতকৈ বহু পৰিমাণে ৰাজহৰ সংখ্যা কম হৈছে । ৰাষ্ট্ৰীয় উদ্যান খনৰ এইবাৰ তিনিটা নতুন সংযোজন আৰম্ভ হৈছিল লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ভোমোৰা গুৰিত নদী পৰ্যটন ।

জানিব পৰা মতে একমাত্ৰ ক'ভিডৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনলৈ পৰ্যটকৰ সংখ্যা বহুখিনি কমি আহিছে । তাৰ বিপৰীতে ২০২০ চনৰ বেছিখিনি সময় ৰাষ্ট্ৰীয় উদ্যানখন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল ।

লগতে পঢ়ক:উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী সাল-সলনি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.