ETV Bharat / state

তেজপুৰত 36 সংখ্যক সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতা - 36 সংখ্যক সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতা

25 জুলাইৰ পৰা তেজপুৰত আৰম্ভণি 36 সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ । তেজপুৰ টাইকোৱাণ্ডো এশ্বছিয়েচনৰ উদ্যোগত সদৌ অসম ভিত্তিক কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতাখনৰ ৷

তেজপুৰত 36 সংখ্যক সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতা
author img

By

Published : Jul 25, 2019, 10:41 PM IST

তেজপুৰ, ২৫ জুলাইঃ তেজপুৰত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে 36 সংখ্যক সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ । তেজপুৰ টাইকোৱাণ্ডো এশ্বছিয়েচনৰ উদ্যোগত আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতাখনৰ ৷

তেজপুৰত 36 সংখ্যক সদৌ অসম কাৰাটে টাইকোৱাণ্ডো প্ৰতিযোগিতা

32 খন জিলাৰ মুঠ 1300 খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে তেজপুৰ মহাবিদ্যালয়ৰ অস্থায়ী প্ৰেক্ষাগৃহত ৷ তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ সকলৰ বাবে তেজপুৰৰ বিভিন্ন ঠাইত থকা-খোৱাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

অসম টাইকোৱাণ্ডো এশ্বছিয়েচনৰ সম্পাদক হিৰণ্য শইকীয়াই ইটিভি ভাৰতৰ আগত জানিব দিয়ে যে বৰ্তমান অসমৰ সকলো চহৰতে একোখনকৈ ইণ্ডোৰ ষ্টেডিয়াম আছে কিন্তু তেনেস্থলত তেজপুৰৰ নিচিনা চহৰত এই ব্যৱস্থা নাথকাটো দুৰ্ভাগ্যজনক ৷ কিন্তু আয়োজক সকলে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । উল্লেখ্য যে, বিধায়ক বৃন্দাবন গোস্বামীক এই বিষয়ে অৱগত কৰাৰ পাচত তেজপুৰত এখন ইণ্ডোৰ ষ্টেডিয়াম শীঘ্ৰে স্থাপন কৰা বাবে আশ্বাস প্ৰদান কৰিছে বিধায়কগৰাকীয়ে ৷ এই প্ৰতিযোগিতাৰ অন্ত পৰিব অহা 28 জুলাইত ৷

Intro:তেজপুৰ,২৫জুলাই: তেজপুৰত আজিৰে পৰা আৰম্ভ হৈছে 36 সদৌ অসম কৰাতে তাইকুন্ডু প্ৰতিযোগিতা।
তেজপুৰ তাই কুন্ডু এছচিয়েচনৰ উদ্যোগত আজিৰে পৰা আৰম্ভণি হৈছে ছাব জুনিয়ৰ এই ইন্দুৰ খেলৰ 32 খন জিলাৰ মুঠ 1300 খেলুৱৈ সকলৰ মাজত এই খেল আৰম্ভ হৈছে তেজপুৰ মহাবিদ্যালয় ৰ অস্থায়ী পেক্ষা গৃহত সজাই তোলা ইন্দুৰ পেক্ষা গৃহ ।
তেজপুৰ ৰ বিধায়ক বৃন্দাবন গোস্বামী ৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ সকলৰ বাবে তেজপুৰৰ বিভিন্ন ঠাইত থকা আৰু যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

Body: অসম তাইকুন্ডু এছচিয়েচনৰ সম্পাদক হিৰণ্য শইকীয়াই ইটিভি ভাৰতৰ আগত জানিব দিয়ে যে বৰ্তমান অসমৰ সকলো চহৰতে একোখন কৈ ইন্দুৰ ষ্টেডিয়াম আছে কিন্তু তেনেস্থলত তেজপুৰৰ নিচিনা চহৰত এই ব্যৱস্থা নাথকাটো যদিও খেলুৱৈৰ বাবে দুৰ্ভাগ্যজনক কিন্তু আয়োজক সকলে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
উল্লেখযোগ্য যে তেওঁ বিধায়ক বৃন্দাবন গোস্বামীক এই বিষয়ে অৱগত কৰে আৰু তেজপুৰত এখন ইন্দুৰ ষ্টেডিয়াম শীঘ্ৰে স্থাপন কৰা বাবে গোস্বামীয়ে আশ্বাস প্ৰদান কৰে।
Bite: চেক্ৰেটৰী

Conclusion:এই খেল আজিৰে পৰা ২৮ জুলাই লৈকে চলিব, আৰু বিয়লি সামৰণি পৰিব।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২৫/৭/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.