ETV Bharat / state

অবৈধ সুৰা ব্যৱসায়ীলৈ ৰঙাচকু পল্লৱ লোচন দাসৰ

চাহ বাগিচাৰ পৰা মদ বিক্ৰী কৰাসকলৰ কাম কৰ্তন কৰা হ'ব- পল্লৱলোচন দাস

author img

By

Published : Mar 3, 2019, 11:09 PM IST

ৰঙাপৰাত অবৈধ সুৰা প্ৰচলন বন্ধ কৰাৰ হুংকাৰ

তেজপুৰ , ৩ মাৰ্চ: " চাহ বাগিচা অঞ্চলত চলি থকা মদ, জুৱা আদি সামাজিক ব্যাধিক আমি কোনোপধ্যেও সহ্য নকৰো । চাহ বাগিচা এলেকাত অবৈধ মদ বিক্ৰী কৰাসকলৰ কাম কৰ্তন কৰিবলৈ আমি কঠোৰ সিদ্ধান্ত ল'ম । কোনো কাৰণতে বাগানত মদৰ প্ৰচলন থাকিব নোৱাৰিব । বাগিচাৰ

পৰা চুলাই মদ দূৰ কৰাৰ বাবে অহা 5 মাৰ্চৰ পৰা চাহ বাগিচা আৰু গাঁওসমূহত সুৰা বিৰোধী অভিযান আৰম্ভ কৰা হ'ব । বাগিচাত মদ বেচিলে আমি আইনী ব্যৱস্থা ল'ম । মই যেতিয়ালৈকে সমষ্টিখনত বিধায়ক হৈ থাকিম তেতিয়ালৈকে কোনো ব্যক্তিয়ে অবৈধ সুৰা প্ৰচলন কৰিব নোৱাৰিব ৷ প্ৰশাসনৰ সহযোগত নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিম আৰু সুৰাৰ সৈতে জড়িত কোনো ব্যক্তি মই এৰি নিদিও ৷ তাৰ বিনিময়ত যদি কোনোৱাই ভোট নিদিয়ে মোৰ ক'বলগীয়া নাই ৷ কিন্তু সুৰা বিৰোধী অভিযান আৰম্ভ হ'বই । " ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাৰ খেলপথাৰত খাদ্য যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ শোণিতপুৰ জিলাৰ সৌজন্যত অনুষ্ঠিত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি চমুকৈ অন্ন আঁচনি আৰু ৰাজ্য চৰকাৰৰ ধন পুৰস্কাৰ মেলাৰ দ্বিতীয় কিস্তিৰ ধন মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি এনেদৰে কয় মন্ত্ৰী পল্লৱ লোচন দাসে ।

undefined

ৰঙাপৰাত অবৈধ সুৰা প্চলন বন্ধ কৰাৰ হুংকাৰঃ
চাহ বাগিছাৰপৰা মদ বিক্ৰী কৰা সকলক কাম কৰ্তন কৰা হ'ব- পল্লৱলোচন দাস 

তেজপুৰ : চাহ বাগিছা অঞ্চলত চলি থকা মদ, জুৱা আদি সামাজিক ব্যাধিক আমি কোনোপধ্যেও সহ্য নকৰো। চাহ বাগিছা এলেকাত অবৈধ মদ বিক্ৰী কৰাসকলৰ কাম কৰ্তন কৰিবলৈ আমি কঠোৰ  সিদ্ধান্ত ল'ম । কোনো কাৰণতে বাগানত মদৰ প্ৰচলন থাকিব নোৱাৰিব। বাগিছাৰ
পৰা চুলাই মদ দূৰ কৰাৰ বাবে অহা ৫ মাৰ্চৰপৰা চাদ বাগিচা আৰু গাঁও সমূহত সুৰা বিৰোধী অভিযান আৰম্ভ কৰা হ'ব। বাগিছাৰ মদ বেচিলে আমি আইনী ব্যৱস্থা ল'ম।মই যেতিয়ালৈকে সমষ্টিখনত বিধায়ক হৈ থাকিম তেতিয়ালৈকে কোনো ব্যক্তিয়ে  অবৈধ সুৰা প্ৰচলন কৰিব নোৱাৰিব ৷ প্ৰসাশনৰ সহযোগত নিজাববীয়াকৈ পদক্ষেপ গ্ৰহন কৰিম আৰু সুৰা সৈতে জড়িত কোনো ব্যক্তি মই এৰি নিদিও ৷ তাৰ বিনিময়ত যদি কোনোৱাই ভোট নিদিয়ে মোৰ কবলীয়া নাই ৷ কিন্ত সুৰাৰ বিৰোধী অভিযান আৰম্ভ হবই। ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিছাৰ খেলপথাৰত খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ শোণিতপুৰ জিলাৰ সৌজন্যত  অনুষ্ঠিত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি চমুকৈ অন্ন আঁচনি আৰু ৰাজ্য চৰকাৰৰ ধন পুৰস্কাৰ মেলাৰ দ্বিতীয় কিস্তিৰ ধন মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি এনেদৰে কয় মন্ত্ৰী পল্লৱ লোচন দাসে।

প্ৰণৱ কুমাৰ দাস, তেজপুৰ 
৩/৩/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.