ETV Bharat / state

তেজপুৰ লোকসভাৰ সমষ্টিৰ পৰা ৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

author img

By

Published : Mar 25, 2019, 11:28 PM IST

মনোনয়ন পত্ৰ জমা দিয়া আন্তিম দিনটোত অৰ্থাৎ সোমবাৰে ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ আগন্তোক নিৰ্বাচনত প্ৰাৰ্থীৰূপে অবত্তীৰ্ণ হ’ব খোজা সৰ্বমুঠ ০৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷

তেজপুৰ লোকসভাৰ সমষ্টিৰ মনোনয়ন দাখিল সম্পন্ন কেইবাটাও দলৰ

তেজপুৰ, 25 মাৰ্চঃ তেজপুৰ লোকসভা সমষ্টিৰ বাবে সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্নিং বিষয়া নৰসিং পৱাৰৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে কেইবাটাও দলৰ প্ৰৰ্থীয়ে৷
বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ মনোনয়ন দাখিল কৰাৰ সময়ত প্ৰাৰ্থী জনক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি আৰু মিত্ৰ দলক জেষ্ঠ নেতা সকল৷

এম জি ভি কে ভানু মনোনয়ন দাখিল

ইয়াৰ ওপৰিও এন পি পি দলৰ ৰাম বাহাদুৰ সোনাৰে সমষ্টিটোত সোমবাৰে দাখিল কৰে মনোনয়ন৷ আনহাতে জিডিপি বৃদ্ধিক মূল ইচ্চু হিচাপে লৈ ভোটাৰ্ছ পাৰ্টি অব ইন্টাৰনেছনেলৰ পৰা মহেন্দ্ৰ ওৰাঙে মনোনয়ন পত্ৰ দাখিল কৰে ।

মনোনয়ন দাখিল সম্পন্ন কেইবাটাও দলৰ

উল্লেখ্য যে মনোনয়ন পত্ৰ জমা দিয়া আন্তিম দিনটোত আজি ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ আগন্তোক নিৰ্বাচনত প্ৰাৰ্থীৰূপে অবত্তীৰ্ণ হ’ব খোজা সৰ্বমুঠ ০৯ গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে৷

আজি মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সকল হ’ল -

  • মহেন্দ্ৰ ওৰাং- ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেল,
  • মহেন্দ্ৰ ভূঞা-নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি,
  • এম.জি.ভি.কে. ভাণু- ভাৰতীয় জাতীয় কংগেছ,
  • ইকবাল আনচাৰী -নিৰ্দলীয় ,
  • ৰণবিজয় কুমাৰ ৰায়- বহুজন মুক্তি পাৰ্টি,
  • বিজয় কুমাৰ তিৰু- অসম আদিবাসী ৰাষ্টীয় পাৰ্টি,
  • ৰাম বাহাদুৰ সোনাৰ- নেছনেল পিপলচ পাৰ্টি,
  • পল্লৱ লোচন দাস -ভাৰতীয় জনতা পাৰ্টি আৰু
  • কৃষ্ণহৰি পাল- সৰ্ব ভাৰতীয় হিন্দুষ্টান কংগ্ৰেছ পাৰ্টি

২৬ মাৰ্চ তাৰিখে মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ’ব ৷ অহা ২৮ মাৰ্চৰ বিয়লি ৩ বজাৰ পূৰ্বে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সময় নিৰ্দ্ধাৰণ কৰা হৈছে।

Intro:তেজপুৰ: ২৫মাৰ্চ: তেজপুত কংগ্ৰেছ দলৰ এম জি ভি কে ভানুৰ সমদল মনোনয়ন পত্ৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সহযোগ ।চাওক আমাৰ প্ৰতিবেদন । DL

প্ৰণৱ কুমাৰ দাস ,ইটিভি ভাৰত তেজপুৰ।
২৫/৩/১৯

Body:DL Congress

Conclusion:Pranab Kumar Das
Tezpur.
25/3/29
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.