ETV Bharat / state

ঢেকীয়াজুলিত নিৰুদ্দিষ্ট শিশুৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 24, 2021, 1:59 PM IST

শোণিতপুৰৰ ঢেকীয়াজুলিত নিৰুদ্দিষ্ট কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ ৷ পাঁচ দিনৰ পিচত খেৰৰ মাজত উলংগ অৱস্থাত উদ্ধাৰ শিশুটিৰ মৃতদেহ ৷

child-deadbody-recovered
ঢেকিয়াজুলিত নিৰুদ্দিষ্ট কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰী: শোণিতপুৰৰ ঢেকীয়াজুলিত নিৰুদ্দিষ্ট কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ ৷ পাঁচ দিনৰ পিচত খেৰৰ মাজত উলংগ অৱস্থাত উদ্ধাৰ শিশুটিৰ মৃতদেহ ৷

21 ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি ৷ 21 ফেব্ৰুৱাৰীত ঘাতকৰ দলে হত্যা কৰিছিল কন্যা শিশুটিৰ মাতৃক ৷ ঘাতকৰ বৰ্বৰ আক্ৰমণত আহত হৈছিল কন্যা শিশুটিৰ ভাতৃও ৷

লগতে পঢ়ক: নাবালিকাক যৌন আতিশয্য চলাই গ্ৰেপ্তাৰ মছজিদৰ ইমাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.