ETV Bharat / state

অৱশেষত ন্যায় পালে তপন ডেকা আৰু পৰিয়ালবৰ্গই - তপন ডেকা

2012 চনৰ 5 মে'ৰ দিনা তেজপুৰ কলেজিয়েট হাইস্কুল খেল পথাৰত অনুষ্ঠিত হৈছিল ৰঙালী বিহুৰ সংস্কৃতিক সন্ধিয়া। উক্ত ৰাতিয়েই সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড৷ তেজপুৰ কলেজিয়েট হাইস্কুলৰ চকীদাৰ বীৰেন ডেকাৰ পুত্ৰ তপন ডেকাক চুৰীৰে নৃশংসভাবে হত্যা কৰিছিল দুষ্কৃতিকাৰীয়ে ।

অৱশেষত ন্যায় পালে তপন ডেকা আৰু পৰিয়ালবৰ্গই
author img

By

Published : Apr 23, 2019, 10:50 PM IST

তেজপুৰ,23 এপ্ৰিলঃ শেষত ন্যায় পালে তপন ডেকাই৷ তপন ডেকাক চুৰীৰে নৃশংস ভাবে হত্যা কৰাৰ অভিযোগত অভিযুক্ত পাপু শইকীয়াক দোষী সাব্যস্ত আদালতৰ ৷

ঘটনা সন্দৰ্ভত 2012 চনৰ 5 মে ৰ দিনা তেজপুৰ কলেজিয়েট হাইস্কুল খেল পথাৰত অনুষ্ঠিত হৈছিল ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়া। উক্ত ৰাতিয়েই সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড৷ তেজপুৰ কলেজিয়েট হাইস্কুলৰ চকীদাৰ বীৰেন ডেকাৰ পুত্ৰ তপন ডেকাক চুৰীৰে নৃশংস ভাবে হত্যা কৰিছিল দুষ্কৃতিকাৰীয়ে ।

অৱশেষত ন্যায় পালে তপন ডেকা আৰু পৰিয়ালবৰ্গই

তপন ডেকাৰ পৰিয়ালে সুদীৰ্ঘ ৭ বছৰৰ পিচত ন্যায় পালে। মঙ্গলবাৰে শোণিতপুৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে 21 গৰাকীকৈ সাক্ষীৰ সাক্ষ্য গ্ৰহন কৰি এই ঘটনা সন্দৰ্ভত অভিযোগত অভিযুক্ত পাপু শইকীয়াক তেজপুৰ থানাত পঞ্জীয়ন ভুক্ত ৬০৯/১২ নম্বৰ গোচৰৰ আধাৰত দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ আনহাতে একেটা ৰায়দানতে আন ৫ জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰে ।

Intro:তেজপুৰ,২৩এপ্ৰিল: এক লোমহৰ্ষক সত্যকাণ্ড ।২০১২ চনৰ ৫ মে ৰ দিনা তেজপুৰ কলেজিয়েট হাইস্কুল খেল পথাৰত অনুষ্ঠিত হৈছিল ৰঙালী বিহুৰ সংস্কৃতিক সন্ধিয়া।উক্ত ৰাতিয়েই তেজপুৰ কলেজিয়েট হাইস্কুলৰ চৌকিদাৰ বীৰেন ডেকাৰ পুত্ৰ তপন ডেকাক চুৰীৰে নৃসংস ভাবে হত্যা কৰিছিল দুষ্কৃতি কাৰীয়ে ।

Body:হয়,, তপন ডেকাৰ পৰিয়ালে সুদীৰ্ঘ ৭ বছৰৰ পিছত যেন ন্যায় পালে।মঙ্গলবাৰে শোণিতপুৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে ২১ গৰাকীকৈ সাক্ষীৰ সাক্ষ্য গ্রহন কৰি ২০১২ ৰ ৫ মে 'ৰ দিনা তেজপুৰ কলেজিয়েট হাইস্কুল খেল পথাৰত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ সংস্কৃতিক সন্ধিয়া তপন ডেকাক চুৰীৰে নৃসংস ভাবে হত্যা কৰাৰ অভিযোগত অভিযুক্ত পাপু শইকীয়া ক তেজপুৰ থানাত পঞ্জীয়ন ভুক্ত ৬০৯/১২ নম্বৰ গোচৰৰ আধাৰত শোণিতপুৰৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে দোষী সায়ব্যস্ত কৰি আজীৱন কাৰদণ্ডৰে দণ্ডিত কৰে ।
Byte: অনুজ বৰুৱা, চৰকাৰী অধিবক্তা ।

Conclusion:আনহাতে একেটা ৰায়দানতে আন৫ জন অভিযুক্ত ক নিৰ্দোষী ঘোষণা কৰে ।

প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম তেজপুৰ।
২৩/৪/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.