চতিয়া,৮ মে': ৰাজ্যত লক ডাউন আৰু এমাহলৈ বৃদ্ধি কৰিলেও ৰাজ্যত খাদ্য সংকটৰ উদ্ভৱ নহয় ৷ শুকুৰবাৰে সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত প্ৰকাশ কৰে ৰাজ্যৰ যোগান মন্ত্ৰী ফণিভূষন চৌধুৰীয়ে ৷ প্ৰতিখন জিলাতেই পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
লক ডাউন এমাহৈ বৃদ্ধি কৰিলেও ৰাজ্যত নাটনি নহয় খাদ্যসামগ্ৰীৰ- যোগান মন্ত্ৰী - সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপ
সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত প্ৰকাশ কৰে ৰাজ্যৰ যোগান মন্ত্ৰী ফণিভূষন চৌধুৰীয়ে ৷ প্ৰতিখন জিলাতেই পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

যোগান মন্ত্ৰী
চতিয়া,৮ মে': ৰাজ্যত লক ডাউন আৰু এমাহলৈ বৃদ্ধি কৰিলেও ৰাজ্যত খাদ্য সংকটৰ উদ্ভৱ নহয় ৷ শুকুৰবাৰে সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত প্ৰকাশ কৰে ৰাজ্যৰ যোগান মন্ত্ৰী ফণিভূষন চৌধুৰীয়ে ৷ প্ৰতিখন জিলাতেই পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
লক ডাউনৰ সীমা আৰু এমাহ বঢ়ালেও ৰাজ্য খাদ্য সংকটত নপৰে- যোগান মন্ত্ৰী