ETV Bharat / state

তেজপুৰত প্ৰতিবাদ সাব্যস্ত 83ৰ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ

author img

By

Published : Dec 19, 2019, 11:32 PM IST

ড৹ ভূপেন হাজৰিকা কলা ভূমিৰ সন্মুখত 7 ঘন্টীয়া প্ৰতিবাদত বহিল 1983 চনৰ অসম আন্দোলনৰ প্ৰায় 50 গৰাকী শ্বহীদৰ পৰিয়াল ৷

7 ঘন্টীয়া প্ৰতিবাদত বহিল শ্বহীদৰ পৰিয়াল
7 ঘন্টীয়া প্ৰতিবাদত বহিল শ্বহীদৰ পৰিয়াল

তেজপুৰ, 19 ডিচেম্বৰ: বৃহস্পতিবাৰে তেজপুৰত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ শ্বহীদ পৰিয়ালে ৷ নাগৰিকত্ব সংশোধনী আইন অসমৰ পৰা সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত এই প্ৰতিবাদ ৷ ড৹ ভূপেন হাজৰিকা কলা ভূমিৰ সন্মুখত 7 ঘন্টীয়া প্ৰতিবাদত বহিল 1983 চনৰ অসম আন্দোলনৰ প্ৰায় 50 গৰাকী শ্বহীদৰ পৰিয়াল ৷

তেজপুৰত প্ৰতিবাদ সাব্যস্ত একাংশ শ্বহীদ পৰিয়ালৰ

লগতে পঢ়ক: গণতন্ত্ৰত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত হিংসা প্ৰদৰ্শন কৰাটো ভুলঃ প্ৰিয়ংকা

Intro:তেজপুৰ,১৯ ডিচেম্বৰ: তেজপুৰত এইবাৰ শ্বহীদৰ পৰিয়ালৰ প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইন অসমৰ পৰা সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত আজি তেজপুৰ ডঃ ভূপেন হাজৰিকাৰ কলা ভূমিৰ সন্মুখত ৭ ঘণ্টাৰ প্ৰতিবাদত বহিল ।

Body:তেজপুৰৰ ১৯৮৩ চনত অসম আন্দোলনৰ প্ৰায় ৫০ জন শ্বহীদৰ পৰিয়াল এইদৰে অনশন কাৰ্য্যসূচী পালন কৰে CAA বিৰুদ্ধে ।
শ্বহীদ ৰ পৰিয়ালৰ ক্ষোভ প্ৰকাশ কৰে এই বিল উত্থাপন কৰাৰ আগতে শ্বহীদ পৰিয়ালৰ পৰা অসম চৰকাৰে প্ৰদান কৰা সন্মান জিলা উপায়ুক্ত ক ঘূৰাই দিছিল, কিন্তু চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰি এই বিল উত্থাপন কৰি আইনলৈ প্ৰণয়ন কৰাত সহায় কৰিলে ।
Bite:শ্বহীদ পৰিয়াল ।
Bite: অলক নাথ ভাতৃ, (শ্বহীদ ৰূপক নাথ )।

Conclusion:আনহাতে ১৯৮৫ চনৰ ১৫ আগষ্ট অসম চুক্তি সম্পাদনা কৰাৰ পিছত অসমৰ ৰাইজে ভাবিছিল যে আৰু অসমীয়া মানুহে আন্দোলন কৰিব নালাগে , কিন্তু এই চৰকাৰে ইয়াক পুনৰাবৃত্তি কৰিলে । এতিয়া অন্তত কেন্দ্ৰীয় চৰকাৰে মহামাণ্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানিবলৈ চেষ্টা কৰক ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.