ETV Bharat / state

তেজপুৰত পুৱা ৮ বজাৰ পৰা ২ বজাৰ ভিতৰত সম্পাদন হ’ব দেৱী বিসৰ্জন

author img

By

Published : Oct 14, 2021, 10:29 PM IST

বিজয়া দশমীৰ পুৱা ৮ বজাৰ পৰা বিয়লি ২ লৈ ১০৭ খন পূজা সমিতিক প্ৰতিমা বিসৰ্জন দিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ।

ASDM
তেজপুৰত পুৱা ৮ বজাৰ পৰা ২ বজাৰ ভিতৰত সম্পাদন হ’ব দেৱী বিসৰ্জন

তেজপুৰ, ১৪ অক্টোবৰ : শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ যৌথ বৈঠক । যৌথ বৈঠকৰ পিছত নিৰ্দেশ পত্ৰ ASDMA 28/2021/247 মৰ্মে এক সিদ্ধান্তত উপনীত হৈ বিজয়া দশমীৰ বিসৰ্জনক লৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰী ।

বিজয়া দশমীৰ পুৱা ৮ বজাৰ পৰা বিয়লি ২ লৈ ১০৭ খন পূজা সমিতিক প্ৰতিমা বিসৰ্জন দিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে । সূৰ্যাস্তৰ লগে প্ৰশাসনে প্ৰদান কৰা নিৰ্দেশনা মানি চলিবলৈ পূজা উদযাপন সমিতি সমূহক আহ্বান জনাইছে শোণিতপুৰ জিলা প্ৰশাসনে ।

উল্লেখযোগ্য যে মহা নৱমীৰ দিনা পূজা স্থলীত ৮ জনকৈ লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তৎপৰ হৈছে শোণিতপুৰ জিলা প্ৰশাসন ।

লগতে পঢ়ক : নামনিৰ অসমীয়াই চেলেং চিনি নাপায় : ফণীভূষণ চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.