তেজপুৰ, ২১ মাৰ্চঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ৰাজ্যৰ নাগৰিকৰ প্ৰতি সজাগতাৰ অনুৰোধ ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ বিশ্বৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু জিলা প্ৰশাসনে দৈনিক অনুষ্ঠিত কৰিছে সজাগতামূলক জৰুৰী বৈঠক ৷ প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ সান্ধ্য আইনৰ প্ৰতি সহাৰি জনাবলৈ ৰাজ্যবাসীক আহ্বান জনায় খাণ্ডুৱে ৷ নিজৰ লগতে সকলোকে সজাগ কৰিবলৈ আহ্বান জনাইছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ অলপ সাৱধানতাই ৰক্ষা কৰিব পাৰে অনেকজনৰ জীৱনঃ প্ৰধানমন্ত্ৰী মোডী