তেজপুৰ, ৩ মাৰ্চ : অগপৰ দুই প্ৰাক্তন সভাপতি একেখন মঞ্চত । এগৰাকী বৰ্তমান বিজেপি চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পটোৱাৰী আনগৰাকী অগপৰ বিধায়ক বৃন্দাবন গোস্বামী । শনিবাৰে তেজপুৰত অনুস্থিত হোৱা এটা চৰকাৰী অনুষ্ঠানত একেখন মঞ্চত দেখা গল দুয়োগৰাকী অগপৰ প্ৰাক্তন সভাপতিক । অনুষ্ঠানটোত অগপ বিজেপিৰ মিত্ৰতা সম্পৰ্কে দুয়োটা দলৰ মজিয়াতহে আলোচনা হ'ব বুলি মন্তব্য আগবঢ়ায় মন্ত্ৰী চন্দ্ৰ মোহন পটোৱাৰীয়ে । উক্ত অনুষ্ঠানতে স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীক বিজেপি দলৰ চৰকাৰেহে উন্নয়ন সাধন কৰিব পাৰে বুলি আওপকীয়াকৈ প্ৰতিয়ন নিয়াবলৈ চেষ্টা কৰে মন্ত্ৰী চন্দ্ৰ মোহন পটোৱাৰীয়ে ।
অগপৰ দুই প্ৰাক্তন সভাপতি একেখন মঞ্চত - বৃন্দাবন গোস্বামী
অগপ বিজেপিৰ মিত্ৰতা দুয়োটা দলৰ মজিয়াতহে আলোচনা হ'ব : চন্দ্ৰ মোহন পটোৱাৰী
অগপৰ দুই প্ৰাক্তন সভাপতি একেখন মঞ্চত
তেজপুৰ, ৩ মাৰ্চ : অগপৰ দুই প্ৰাক্তন সভাপতি একেখন মঞ্চত । এগৰাকী বৰ্তমান বিজেপি চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পটোৱাৰী আনগৰাকী অগপৰ বিধায়ক বৃন্দাবন গোস্বামী । শনিবাৰে তেজপুৰত অনুস্থিত হোৱা এটা চৰকাৰী অনুষ্ঠানত একেখন মঞ্চত দেখা গল দুয়োগৰাকী অগপৰ প্ৰাক্তন সভাপতিক । অনুষ্ঠানটোত অগপ বিজেপিৰ মিত্ৰতা সম্পৰ্কে দুয়োটা দলৰ মজিয়াতহে আলোচনা হ'ব বুলি মন্তব্য আগবঢ়ায় মন্ত্ৰী চন্দ্ৰ মোহন পটোৱাৰীয়ে । উক্ত অনুষ্ঠানতে স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীক বিজেপি দলৰ চৰকাৰেহে উন্নয়ন সাধন কৰিব পাৰে বুলি আওপকীয়াকৈ প্ৰতিয়ন নিয়াবলৈ চেষ্টা কৰে মন্ত্ৰী চন্দ্ৰ মোহন পটোৱাৰীয়ে ।
তেজপুৰ: অগপৰ লগত বিজেপিৰ পুনৰ মিত্ৰতা ঘূৰি আহিব পাৰে নেকি বাৰু ? দুই প্ৰাক্তন অগপৰ সভাপতি বৰ্তমান এজন বিজেপিৰ মন্ত্ৰী আনজন অগপৰ বিধায়ক বৃন্দাবন গোস্বামী আজি একেখন মঞ্চত ।
বিজেপিৰ মন্ত্ৰী চন্দ্ৰ মোহন পটোৱাৰীয়ে কয় যে মিত্ৰতা সম্পৰ্কে অধিক তথ্য দুই দলৰ মজিয়াত হে আলোচনা হব । তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী আৰু চন্দ্ৰ মোহন পটোৱাৰী একে ঠাইতে যদিও পটোৱাৰী য়ে গোস্বামী ক আও পকীয়াকৈ বিজেপিয়েই উন্নয়ন সাধন কৰিব পাৰে বুলি মঞ্চত বাৰে বাৰে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে ।
প্ৰণৱ কুমাৰ দাস, তেজপুৰ।
২/৩/১৯