ETV Bharat / state

প্ৰতিকূল বতৰক নেওচি অব্যাহত নিৰুদ্দিষ্ট বিমানৰ উদ্ধাৰ - অৰুণাচল

বতৰে বিধি-পথালি দিলেও পূৰ্ণগতিত অব্যাহত আছে অভিযান ৷ ইতিমধ্যে 15জনীয়া পৰ্বতাৰোহণকাৰী দল এটা হেলিকপ্টাৰেৰে বিমান ধ্বংসাৱশেষৰ স্থানৰ কিছু নিলগত উপস্থিত হৈছে ৷

প্ৰতিকূল বতৰক নেওচি অব্যাহত নিৰুদ্দিষ্ট বিমানৰ উদ্ধাৰ
author img

By

Published : Jun 12, 2019, 7:31 PM IST

তেজপুৰ, 12 জুনঃপ্ৰতিকূল বতৰে ৰুদ্ধ কৰিব পৰা নাই অৰুণাচলৰ দুৰ্গম অঞ্চলত নিৰুদ্দিষ্ট বায়ুসেনাৰ বিমানখনৰ উদ্ধাৰ অভিযান ৷ বতৰে বিধি-পথালি দিলেও পূৰ্ণগতিত অব্যাহত আছে অভিযান ৷ ইতিমধ্যে 15জনীয়া পৰ্বতাৰোহণকাৰী দল এটা হেলিকপ্টাৰেৰে বিমান ধ্বংসাৱশেষৰ স্থানৰ কিছু নিলগত উপস্থিত হৈছে ৷

পৰ্বতাৰোহণকাৰীসকলৰ ভিতৰত 9জন বায়ুসেনাৰ, 4জন সেনা বাহিনীৰ আৰু 2জন ৰাজ্যিক প্ৰশাসনৰ লোক আছে ৷

Breaking 

তেজপুৰ, : প্ৰতিকূল বতৰকো নেওচি সেনাৰ অভি়যান ৰাতিও গ্ৰাওণ্ডত অভিযান অব্যাহত থাকিব  ৷ বতৰে অশুবিধাৰ সৃষ্টি কৰিছে অভিযান কাৰিক ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.