তেজপুৰ, ১১ মাৰ্চ : পাঁচজনকৈ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড তেজপুৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ । ২০১৪ চনতে তেজপুৰ ভোজখোৱা চাপৰিত চাহাবুদ্দিন নামৰ এজন ব্যক্তিক হানি-খুচি নৃশংসভাৱে হত্যা কৰা পাঁচজনকৈ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ । ভাৰতীয় দণ্ডবিধি আইনৰ u/s 302/149 ৰ অধীনত এই শাস্তি প্ৰদান কৰা হয় আব্দুল কাদেৰ, আব্দুল কাদেৰ জিলান, নুৰ ইছলাম ,নুৰুল হক আৰু আল্লাউদ্দিন নামৰ অপৰাধী কেইজনক । বাকী দুজন অভিযুক্তক ৫ হাজাকৈ টকা জৰিমনাৰ বিনিময়ত ৰেহাই কৰি দিয়া হয় ।
পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ড তেজপুৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ - তেজপুৰ
এজন লোকক নৃশংসভাৱে হত্যাৰ অপৰাধত এই ৰায় আদালতৰ