ETV Bharat / state

দিল্লী এয়াৰপৰ্টৰ কাষত অসমীয়া যুৱতী-মহিলাৰে নাৰী দেহ ব্যৱসায়!!

ইটিভি ভাৰতৰ হাতত EXCLUSIVE খবৰ ৷ অসমৰ পৰা কেনেকৈ চাকৰীৰ প্ৰলোভন দি যুৱতী মহিলাক লৈ যোৱা হয় দিল্লীলৈ ৷ তাৰ পিচত কি কামত নিয়োগ কৰা হয় যুৱতী মহিলাসকলক ? দিল্লী এয়াৰপৰ্টৰ সমীপৰ পৰা চলে বিশাল নাৰী দেহ ব্যৱসায় ৷

দিল্লী এয়াৰপৰ্টৰ কাষত অসমীয়া যুৱতী-মহিলাৰে নাৰী দেহ ব্যৱসায়!!
author img

By

Published : Jun 15, 2019, 1:10 PM IST

Updated : Jun 15, 2019, 1:24 PM IST

পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ প্ৰথমে চাকৰি দিয়াৰ প্ৰলোভনেৰে বহি ৰাজ্যলৈ নি বলপূৰ্বকভাৱে লিপ্ত কৰোৱা হয় দেহ ব্যৱসায়ত৷ এই সম্পৰ্কত পোহৰলৈ আহিছে ন ন তথ্য ৷ ৰফিকুল ইছলাম নামৰ নাৰীদেহ ব্যৱসায়ীয়ে অসমৰ পৰা সৰবৰাহ কৰে যুৱতী-মহিলাক...চাওক আমাৰ এক EXCLUSIVE প্ৰতিবেদন

দিল্লী এয়াৰপৰ্টৰ কাষত অসমীয়া যুৱতী-মহিলাৰে নাৰী দেহ ব্যৱসায়!!

পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ প্ৰথমে চাকৰি দিয়াৰ প্ৰলোভনেৰে বহি ৰাজ্যলৈ নি বলপূৰ্বকভাৱে লিপ্ত কৰোৱা হয় দেহ ব্যৱসায়ত৷ এই সম্পৰ্কত পোহৰলৈ আহিছে ন ন তথ্য ৷ ৰফিকুল ইছলাম নামৰ নাৰীদেহ ব্যৱসায়ীয়ে অসমৰ পৰা সৰবৰাহ কৰে যুৱতী-মহিলাক...চাওক আমাৰ এক EXCLUSIVE প্ৰতিবেদন

দিল্লী এয়াৰপৰ্টৰ কাষত অসমীয়া যুৱতী-মহিলাৰে নাৰী দেহ ব্যৱসায়!!
Intro:MB: Desk details For copy photo of accuse Rafikul Islam pix in Mail .

তেজপুৰ,১৫জুন : অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱতী বহিৰাজ্যত কিদৰে নৰ পিশাচৰ বলি হব লগীয়া হৈছে ! মানৱীয় তাৰ এক চৰম নিৰ্লয্য নিদৰ্শন এইয়াই। অসমত সংস্থাপনৰ বাট বিচাৰি নাপাই এইদৰেই বাহিৰত গৈ দুইপাইছা অৰ্জন কৰিবলৈ বাধ্য হৈ পৰিস্থিতিৰ তাড়নাত শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা ঘটনা এইয়াই প্ৰথম নহয় ।
আজি আমি এই ঘটনাৰ বলি হোৱা এগৰাকী যুৱতীৰ কৰুণ কাহিনী জনাব বিচাৰিছো ।
ইতিমধ্যে তেজপুৰ সদৰ আৰক্ষী ত এক গোচৰ ৰুজো হৈছে উক্ত যুৱতীৰ এজেহাৰাৰ ভিত্তিত ।


Body:2013 চনত তেজপুৰ গোটলুং ৰ পৰা এই যুৱতী গৰাকীক কৰ্ম সূত্ৰে দিল্লীলৈ লৈ গৈছিল ৰফিকুল ইছলাম নামৰ এই ব্যক্তি জনে ( ফটো) পিছত দিল্লীৰ এয়াৰপৰ্টৰ সমীপত দেহ ব্যৱসায়ৰ লগত জড়িত কৰাই উক্ত ব্যক্তি গৰাকীয়ে ।অকল অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ যুৱতীৰ এই দৰেই তাত এক দুৰ্বিখ জীৱন যাপন কৰিবলৈ বাধ্য হৈ পৰিছে ।
এই নৈতিক কার্য দেহ ব্যৱসায়ৰ বিনিময়ত এক মোটা অংক উক্ত ব্যক্তিয়ে লাভ কৰে । কলকাতা ৰ পৰা আৰম্ভ কৰি অসমৰ বিশ্বনাথ, ঢেকীয়াজুলি, বৰপেটা গুৱাহাটীৰ, খাৰুপেটিয়া সকলো যুৱতী এইদৰে জীৱন পাৰ কৰিছে ।যুৱতী গৰাকীয়ে জনাই যে দিল্লীৰ পুলিচ ৰ dial 100 ত এবাৰ ফোন কৰি জনোৱাৰ পিছত উক্ত ৰফিকুল ৰ সম্পৰ্কীয় ক আটক কৰিছিল যদিও এদিনৰ পিছত পুনৰ এৰি দিয়ে আৰু যুৱতী2 কেইগৰাকী ক 3 দিনৰ ভিতৰতে এৰি দিব লৈ কৈছিল যদিও বিমান বন্দৰৰ কাষতে এই1 কার্য অনৰগল চলি আহিছে ।
ইতিমধ্যে ভুক্তভোগীয়ে তেজপুৰ সদৰ আৰক্ষী ত এক গোচৰ ৰুজো কৰিছে গোচৰ নম্বৰ Tezpur PS Case no 1026/19 ,U/S 372 IPC , R/W -67(A) I.T act বৃস্পতি বাৰে 13/6/19
কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে ন্যায় পাবনে এই দুৰ্ভগীয়া পৰিয়ালতয়ে , ব্যৱস্থা লবনে অসম চৰকাৰৰ গৃহ বিভাগে ।এইটো এতিয়া কোটি টকীয়া প্ৰশ্ন ।


Conclusion:প্ৰণৱ কুমাত দাস ।
তেজপুৰ/
15/6/19
Last Updated : Jun 15, 2019, 1:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.