ETV Bharat / state

আমগুৰি আৰু বাক্সাত অখণ্ড ভাগৱত পাঠ - vagawat path

চাৰিং ফুকনফদীয়াত শিৱ সাধনা আশ্ৰমত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাগৱত পাঠ আনহাতে, বাক্সাৰ তামুলপুৰতো দেওবাৰে আয়োজন কৰা হয় ১২ ঘন্টীয়া অখণ্ড পাল নাম ৷

তামুলপুৰ
অখণ্ড পাল নাম
author img

By

Published : Feb 9, 2020, 9:20 PM IST

আমগুৰি, ৯ ফেব্ৰুৱাৰী: ঐতিহাসিক চাৰিং ফুকনফদীয়াত শিৱ সাধনা আশ্ৰমত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ভাগৱত পাঠ ৷ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেৱানন্দ দেৱগোস্বামীয়ে অংশ গ্ৰহণ কৰে ভাগৱত পাঠ অনুষ্ঠানত ৷ আধ্যাত্মিক পৰিৱেশৰ মাজত শিৱ সাধনা আশ্ৰমত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত স্থানীয় ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সমাজত শান্তি প্ৰতিষ্ঠা আৰু ভেদ-ভাৱ, অসূয়া-অপ্ৰীতি দূৰ কৰি ভাতৃত্ববোধেৰে ভগৱন্তৰ চৰণত সেৱা লয় ৷

চাৰিং ফুকনফদীয়াত শিৱ সাধনা আশ্ৰমত ভাগৱত পাঠ

বাক্সা, 9 ফেব্ৰুৱাৰীঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত দেওবাৰে পুৱাৰে পৰা ১২ ঘন্টীয়া অখণ্ড পাল নাম আয়োজন । মটঙাচকৰ সমিপৱৰ্তী তামুলপুৰ শাখা সত্ৰত এই অখণ্ড পাল নামৰ আয়োজন কৰা হয় ।

তামুলপুৰত অখণ্ড পাল নাম

বিভিন্ন জাতি-জনগোষ্ঠী আৰু বিশ্ব শান্তিৰ বাবে প্ৰতিবছৰে শাখ পত্ৰ সমিতিয়ে ১২ ঘন্টীয়া অখণ্ড পাল নামৰ আয়োজন কৰি আহিছে । যাৰ ফলত পুৱাৰে পৰা তামুলপুৰ শাখা সত্ৰত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে । আয়োজক সমিতিয়ে জানিবলৈ দিয়ে অনুসৰি, দেওবাৰে পুৱা অখণ্ড পাল নামৰ শুভাৰম্ভ কৰে বৰপেটা সত্ৰৰ পাঠক ৰঞ্জিত দাসে ৷

আৰু পঢ়কঃ হোমেন বৰগোহাঞি আৰু সূৰ্য্য দাসলৈ শ্বহীদ কৰম সিংহ বঁটা

Intro:Body:আমগুৰি, ৯ ফেব্ৰুৱাৰী:

ঐতিহাসিক চাৰিং ফুকনফদীয়াত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেৱানন্দ দেৱগোস্বামী

চাৰিং ফুকনফদীয়াৰ শিৱ সাধনা আশ্ৰমত
ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেৱানন্দ দেৱগোস্বামীয়ে ভাগৱত পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰে

আধ্যাত্মিক পৰিৱেশৰ মাজত শিৱ সাধনা আশ্ৰমে চাৰিদিনীয়াকৈ ৰূপায়ণ কৰা ভাগৱত পাঠ অনুষ্ঠানত স্থানীয় ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে

সমাজত শান্তি প্ৰতিষ্ঠা আৰু ভেদ-ভাৱ, অসূয়া-অপ্ৰীতি দূৰ কৰি ভাতৃত্ববোধেৰে ভগৱন্তৰ চৰণত সেৱা লয় অসংখ্য ভক্তই

বাইট: ডেকা সত্ৰাধিকাৰ
আয়োজক

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসম

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.