ETV Bharat / state

শিৱসাগৰত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : May 17, 2021, 10:04 PM IST

শিৱসাগৰত পৰাগ কুমাৰ দাসৰ ২৫ সংখ্যক মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ পৰাগ কুমাৰ দাসৰ হত্যাৰ ন্যায় নোপোৱাৰ বিষয়টোক ন্যায় ব্যৱস্থাৰ কলা দিন আখ্যা ৷ হত্যাকাৰীয়ে মুকলি আকাশৰ তলত বিচৰণ কৰি থকা বিষয়টোক লৈ ক্ষোভ প্ৰকাশ শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ ৷

tribute-to-journalist-porag-kumar-das-at-sibsagar
শিৱসাগৰত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি

শিৱসাগৰ, 17 মে': শিৱসাগৰত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৫ সংখ্যক মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান ৷ শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ উদ্যোগত ক’ভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ শ্বহীদ সাংবাদিক গৰাকীৰ ফটোৰ সন্মুখত বন্তী প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডা, সম্পাদক জয়জ্যোতি গগৈ, জেষ্ঠ সাংবাদিক অনন্ত স্মিথৰ লগতে বহু জেষ্ঠ কনিষ্ঠ সাংবাদিকৰ উপস্থিতিত সংগ্ৰামী সাংবাদিক গৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে ৷

সকলোৱে পৰাগ কুমাৰ দাসৰ হত্যাৰ ন্যায় নোপোৱাৰ বিষয়টোক ন্যায় ব্যৱস্থাৰ এটা কলা দিন বুলি অভিহিত কৰাৰ লগতে হত্যাকাৰীয়ে মুকলি আকাশৰ তলত বিচৰণ কৰি থকা বিষয়টোত ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক : বিশিষ্ট পৰিচালক-নাট্যকাৰ শম্ভূ গুপ্তাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.