ETV Bharat / state

জুহালত পিঠা পুৰি-হাতত জেতুকা লগাই ব’হাগীক আদৰিবলৈ সাজু ৰংপুৰৰ নাচনী

author img

By

Published : Apr 13, 2019, 2:49 PM IST

আজি উৰুকা। বছৰজোৰা অপেক্ষাৰে বাট চাই থকা প্ৰতিজন অসমীয়া এতিয়া সাজু বাপতি সাহোন ৰঙালীক আদৰিবলৈ।

আজি উৰুকা। গোটেই বছৰটো আশাৰে বাট চাই থকা প্ৰতিজন অসমীয়া সাজু বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ।

শিৱসাগৰ, ১৩ এপ্ৰিল: আজি উৰুকা। গোটেই বছৰটো আশাৰে বাট চাই থকা প্ৰতিজন অসমীয়া সাজু বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ। কুলি কেতেকীৰ মাত আৰু ঢোল পেঁপাৰ গুমগুমণিৰ লগতে ঢেকীৰ মাতত এতিয়া কঁপি উঠিছে চৌদিশ । পিঠা পুৰি-হাতত জেতুকা লগাই ব’হাগীক আদৰিবলৈ সাজু শিৱসাগৰৰ যুৱতী । ইচাট-বিচাট অসমীয়া ডেকা গাভৰুৰ মন। তাঁতশালৰ ব্যস্ততা এৰি অসমীয়া জীয়ৰীসকল আজিৰে পৰা ব্যস্ত ঢেঁকীশাল বা জুহালত ।

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো পৰিলক্ষিত হৈছে বিহুৰ ব্যস্ততা । ডিমৌৰ নিতাইপুখুৰীৰ গড়ভগা গাঁৱৰ দৃশ্য এয়া । পাকঘৰৰ জুশালত জুই ফুঁৱাই এনেদৰে গাভৰুসকলে জুহালত তাৱা পাতি তিলপিঠা পুৰাত ব্যস্ত হৈ পৰিছে । মুখত ব’হাগৰ আনন্দৰ হাঁহি আৰু বিহুনামৰ গুণগুণনিৰে বিহুত অতিথি আপ্যায়নৰ বাবে পিঠা-পনাৰে সাজু হৈ উঠিছে ডিমৌৰ এইসকল যুৱতী । এনেই ৰূপে-গুণে অতুলনীয় অসমীয়া গাভৰু, তাতে আকৌ খোপাত কপৌফুল আৰু হাতত অসমীয়া গাভৰুৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ জেতুকাৰ বুলে তেওঁলোকক কৰি তুলিছে অপৰূপা, জাকত-জিলিকা ।

*আজি উৰুকা-জুহালত পিঠা পুৰি-হাতত জেতুকা লগাই বহাগীক আদৰিবলৈ সাজু  শিৱসাগৰৰ যুৱতী*
Story-BIHU_URUKA
Ananta Smith
Sivasagar
13th April

A_SVR_12TH_APR_807-808_BIHU_URUKA_ANANTA

আজি উৰুকা। চাওঁতে চাওঁতে হেঁপাহৰ বহাগ বিহুটি আহি পালেহিয়েই। কুলি কেতেকীৰ মাত আৰু ঢোল পেঁপাৰ গুমগুমণি লগতে ঢেকীৰ মাতত এতিয়া কঁপি উঠিছে চৌদিশ। ইচাট-বিচাট অসমীয়া ডেকা গাভৰুৰ মন। অসমীয়া জিয়াৰীসকল আজিৰে পৰা তাঁতশাল এৰি ঢেঁকীশাল বা জুহালত। কোনোৱে হাতত জেতুকাৰ বোল দিয়াত ব্যস্ত।
ডিমৌৰ নিতাইপুখুৰীৰ গড়ভগা গাঁৱৰ দৃশ্য এয়া। পাকঘৰৰ জুশালত জুই ফুঁৱাই এনেদৰে গাভৰুসকলে জুহালত তাৱা পাতি তিলপিঠা পুৰাত ব্যস্ত হৈ পৰিছে। মুখত বহাগৰ আনন্দৰ হাঁহি আৰু বিহুনামৰ গুণগুণনিৰে বিহুত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনাৰে সাজু হৈ উঠিছে ডিমৌৰ এইসকল যুৱতী। অসমীয়া গাভৰুৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ জেতুকা। খোপাত কপৌফুল আৰু হাতত জেতুকাৰ বোল নহলে অসমীয়া গাভৰুৰ শৃংগাৰেই সম্পূৰ্ণ নহয়। সেয়ে, ডিমৌৰ গড়ভগা গাঁৱৰ চঞ্চলা এই গাভৰুসকল শিলৰ পটাত জেতুকা পিচি জেতুকাৰ ৰঙেৰে ৰং হানি ৰঙালী বিহু বাবে সাজু হৈ উঠিছে। আৰু এইদৰেই বহাগীক আদৰিবলৈ সাজু হৈছে ডিমৌ গড়ভগা গাঁৱৰ যুৱতী সকল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.