ETV Bharat / state

শিৱসাগৰত আহোম যুৱতী মহিলাৰ জেং বিহুৰ প্ৰস্তুতি

author img

By

Published : Apr 4, 2019, 4:05 AM IST

Updated : Apr 4, 2019, 8:14 AM IST

চাওতে চাওতে পদূলিমুখ পালেহি হেঁপাহৰ বিহুটি । চৌদিশে মাথো এতিয়া বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ঠায়ে ঠায়ে ডেকা-গাভৰুসকল ব্যস্ত বিহুৰ আখৰাত পিচপৰি ৰোৱা নাই আহোম যুৱক-যুৱতী, মহিলাসকলো ৷

শিৱসাগৰত আহোম যুৱতী মহিলাৰ জেং বিহুৰ প্ৰস্তুতি

শিৱসাগৰ, 3 এপ্ৰিল : চাওতে চাওতে পদূলিমুখ পালেহি হেঁপাহৰবিহুটি । চৌদিশে মাথো এতিয়া বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ঠায়ে ঠায়ে ডেকা-গাভৰুসকলব্যস্ত বিহুৰ আখৰাত পিচপৰিৰোৱা নাই আহোম যুৱক-যুৱতী, মহিলাসকলো ৷ ডিমৌৰ বকতা পাৰিজাত অঞ্চলৰ টাই আহোম জনগোষ্ঠীয় যুৱতী আৰু মহিলাসকলে চলাইছে জেং বিহুৰ প্ৰস্তুতি ৷ আহোমসকলৰ জেং বিহুক পুনৰজীৱিত কৰি তোলাৰ মানসেৰেএইবেলি শিৱসাগৰ পাটসাকোত বিশেষ প্ৰস্তুতি চলাইছে ডিমৌৰ টাই আহোম যুৱতী তথা মহিলাসকলে ৷ চেংনাং নামেৰে এটি জেং বিহুৰ দল গঠন কৰি বিগত এমাহ ধৰি টাই ভাষাতে এনেদৰেই জেং বিহুৰ আখৰা কৰিছে এওঁলোকে ৷

ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

*পদূলিত হেপাঁহৰ ৰঙালী-শিৱসাগৰৰ পাটসাকোত টাই বিহুৰ আখৰা*
Story-TAI_BIHU
Ananta Smith
Sivasagar
03rd April

A_SVR_03RD_APR_807-813_TAI_BIHU_ANANTA

চাওঁতে চাওঁতে পদূলিমুখ পালেহি হেঁপাহৰ বহাগ বিহুটি। অসমী আইৰ বুকুত বাসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে চেনেহৰ বহাগ বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে অসমৰ অন্যতম জনগোষ্ঠী তাই আহোম জনগোষ্ঠীৰ ডেকা-জীয়াৰী সকলেও ব্যস্ত হৈ পৰিছে হেঁপাহৰ বহাগ বিহুটিক আদৰিবলৈ। শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ তাই আহোম সকলৰ ভাষা সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ বকতা পাটসাকোত ক্ৰমাত হেৰাই যাব খোজা তাই আহোম সকলৰ জেংবিহুক পুনৰ জীৱিত কৰি তুলিবলৈ এক বিশেষ প্ৰস্তুতি চলাইছে স্থানীয় তাই আহোম জনগোষ্ঠীয় যুৱক-যুৱতী আৰু মহিলা সকলে। ডিমৌ বকতা পাৰিজাত অঞ্চলৰ এই সকল তাই যুৱতীয়ে চেংনাং নামেৰে এটি জেং বিহুৰ দল গঠন কৰি বিগত এমাহ ধৰি তাই ভাষাতে জেংবিহুৰ আখৰা কৰি আহিছে। বহাগ মাহত জিলাখনৰ লগতে বিভিন্ন অঞ্চলত তাই কৃষ্টিৰে গঠন হোৱা এই চেংনাং জেংবিহু দলে বিহু প্ৰদৰ্শন কৰি নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে উদ্যোগতা সকলে।

Bite-1&2-প্ৰশিক্ষাৰ্থী আৰু উদ্যোক্তা
Last Updated : Apr 4, 2019, 8:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.