শিৱসাগৰ,14 জুলাইঃ গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰা সকলক ছমাহ ধৰি কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ইতিহাসত আটাইতকৈ ফেচিষ্ট আৰু জাতি বিৰোধী বিজেপি দলৰ চৰকাৰক কঠোৰ সকীয়নি। আজি শিৱসাগৰত অনুষ্ঠিত এক প্ৰতিবাদত এইদৰে সকিয়াই দিয়া হয় বিজেপি চৰকাৰক।
কা বিৰোধী আন্দোলনৰ নেতাক মুক্তিৰ দাবীত প্ৰতিবাদ - SIVSAGAR PROTEST REGARDING PRISONER RELEASE FROM THE AIL ETV BHARAT NEWS
শীঘ্ৰে অখিল গগৈ,বিটু সোণোৱাল আৰু ধৈৰ্য্য কোঁৱৰকে ধৰি কা আন্দোলনৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা সকলো নেতা কৰ্মীক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনায় অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু ছাত্ৰ সন্মিলনীয়ে।
কা বিৰোধী আন্দোলনৰ নেতাক মুক্তিৰ দাবীত প্ৰতিবাদ