ETV Bharat / state

শিৱসাগৰত গ্ৰেপ্তাৰ হনিট্ৰেপিঙত জড়িত এগৰাকী মহিলা - Sivsagar Honey trapping case

শিৱসাগৰত ৰংপুৰ ইনিছেয়িটিভ নামৰ অনুষ্ঠানৰ দুজন কৰ্মীৰ হনি ট্ৰেপিঙৰ ওপৰত ষ্টিং অ'পাৰেশ্যন ৷ আৰক্ষীৰ হাতত আটক হনিট্ৰেপিঙৰ লগত জড়িত উষা বেগম নামৰ এগৰাকী মহিলা ৷

Sivsagar Honey trapping case : one women arrest
শিৱসাগৰত গ্ৰেপ্তাৰ হনিট্ৰেপিঙত জড়িত এগৰাকী মহিলা
author img

By

Published : Feb 27, 2020, 6:59 PM IST

শিৱসাগৰ,27 ফেব্ৰুৱাৰী : শিৱসাগৰত গ্ৰেপ্তাৰ হনি ট্ৰেপিঙৰ লগত জড়িত উষা বেগম নামৰ এগৰাকী মহিলা ৷ ৰংপুৰ ইনিছেয়িটিভ নামৰ অনুষ্ঠানৰ দুজন কৰ্মীয়ে শিৱসাগৰত চলি থকা হনি ট্ৰেপিঙৰ ওপৰত চলাইছিল এক ষ্টিং অ'পাৰেশ্যন ৷ এই ষ্টিং অপাৰেশ্যনত ফাদিল হৈছিল কি দৰে উষা বেগম নামৰ মহিলাগৰাকীয়ে চক্ৰান্ত ৰচনাৰে জালত পেলাই পুৰুষ -যুৱকক ৷

শিৱসাগৰত গ্ৰেপ্তাৰ হনিট্ৰেপিঙত জড়িত এগৰাকী মহিলা

উল্লেখ্য যে ষ্টিং অপাৰেশ্যনত উষা বেগমে নাম লৈছিল একাংশ আৰক্ষী বিষয়া আৰু 'শ্বেপ' নামৰ এনজিঅ'ৰ নাম ৷ শ্বেপৰ সদস্যা উষা বেগমে দীৰ্ঘদিনে জিলাখনত চলাই আহিছিল হনি ট্ৰেপিং চক্ৰ ৷ এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমত ফাদিল হোৱাৰ পিছতে খলকনিৰ সৃষ্টি হৈছিল শিৱসাগৰ আৰক্ষীৰ ভিতৰচ'ৰাত ৷ অৱশেষত AS 04 Q 8755 নম্বৰৰ স্কুটিৰে পলায়ন কৰা অৱস্থাত শিৱসাগৰ আৰক্ষীয়ে পিছ লৈ বেতবাৰীৰ পৰা কৰায়ত্ব কৰে উষা বেগমক ৷ বৰ্তমান শিৱসাগৰ সদৰ আৰক্ষী থানাত জেৰা কৰা হৈছে উষা বেগমক ৷

লগতে পঢ়ক:শিশু ধৰ্ষণকাৰী আৰক্ষীৰ জালত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.