ETV Bharat / state

শিৱসাগৰ নগৰত জাৱৰ নিষ্কাষণৰ পাইলট প্ৰজেক্ট - শিৱসাগৰ পাইলট প্ৰজেক্ট 2019

অসমত পোন প্ৰথমবাৰৰ বাবে মহিলা আত্মসহায়ক গোটক উক্ত ব্যৱস্থাত নিয়োগ কৰা হৈছে ৷ আজি এই পাইলট প্ৰজেক্ট আৰম্ভ কৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত গৰাকীয়ে ১০ নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰৰ পৰা জাৱৰ সংগ্ৰহ কৰি এক উদাহৰণ দাঙি ধৰে । এই দুই ৱাৰ্ডৰ সফলতাৰ ভিত্তিত পৰৱৰ্তী সময়ত আন ১২ টা ৱাৰ্ডত জাৱৰ নিষ্কাষণৰ বাবে মহিলা আত্মসহায়ক গোট নিয়োগৰ ব্যৱস্থা কৰা হ’ব ৷

শিৱসাগৰ নগৰত জাৱৰ নিষ্কাষণৰ পাইলট প্ৰজেক্ট
author img

By

Published : Nov 1, 2019, 6:59 PM IST

শিৱসাগৰ, 1 নৱেম্বৰঃ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিতানত শ্ৰেষ্ঠতাৰ পুৰষ্কাৰ লাভ কৰা শিৱসাগৰ নগৰত জাৱৰ নিষ্কাষণৰ পাইলট প্ৰজেক্ট ৷ নগৰখন পৰিস্কাৰৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আগবাঢ়ি আহিছে মহিলাসকল ৷ মহিলাই কৰদাতাৰ পদুলিৰ পৰা সংগ্ৰহ কৰিব জাৱৰ ৷ আনহাতে জিলা উপায়ুক্তগৰাকীয়ে নিজেই কৰদাতাৰ ঘৰৰ পৰা জাৱৰ সংগ্ৰহ কৰে ৷ আজি ফুকন নগৰ পানী যোগান প্ৰকল্প চৌহদত জাৱৰ নিষ্কাষণৰ এই পাইলট প্ৰজেক্টৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত এম.এছ.লক্ষ্মীপ্ৰিয়াই ৷ দে-এনইউএলএম আঁচনিৰ অধীনত উৎসতে জাৱৰ পৃথকীকৰণ কৰি জৈৱিক আৰু যৌগিক জাৱৰ নিষ্কাষণৰ ব্যৱস্থা কৰা হ’ব ৷

শিৱসাগৰত জাৱৰ নিষ্কাষণৰ পাইলট প্ৰজেক্ট

উল্লেখ্য যে, অসমত পোন প্ৰথমবাৰৰ বাবে মহিলা আত্মসহায়ক গোটক উক্ত ব্যৱস্থাত নিয়োগ কৰা হৈছে ৷ আজি এই পাইলট প্ৰজেক্ট আৰম্ভ কৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত গৰাকীয়ে ১০ নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰৰ পৰা জাৱৰ সংগ্ৰহ কৰি এক উদাহৰণ দাঙি ধৰে । এই দুই ৱাৰ্ডৰ সফলতাৰ ভিত্তিত পৰৱৰ্তী সময়ত আন ১২ টা ৱাৰ্ডত জাৱৰ নিষ্কাষণৰ বাবে মহিলা আত্মসহায়ক গোট নিয়োগৰ ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ দ্বাৰা সমাজ পৰিষ্কাৰত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে আৰ্থিক ভাৱেও সৱল হ'ব মহিলা সকল ৷

Intro:Body:*শিৱসাগৰ নগৰত জাৱৰ নিষ্কাষণৰ পাইলট প্ৰজেক্ট--জাৱৰ নগৰীক পৰিষ্কাৰ কৰিবলৈ এইবাৰ উদ্যোগ লৈছে মহিলাই--জিলা উপায়ুক্তই কৰদাতাৰ ঘৰৰ পৰা সংগ্ৰহ কৰিলে জাৱৰ*
Story-WASTE_MANAGEMENT
Ananta Smith
Sivasagar
01st November

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিতানত শ্ৰেষ্ঠতাৰ পুৰষ্কাৰ লাভ কৰা শিৱসাগৰ নগৰৰ দুৰাৱস্থা।জাৱৰৰ দ'মত আক্ৰান্ত নগৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে হায়ৰাণ হৈ পৰিছে শিৱসাগৰ পৌৰসভা।এইবাৰ নগৰ পৰিষ্কাৰ কৰি ৰখাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহিলা শক্তি ব্যৱহাৰৰ বাবে আগবাঢ়িছে।মহিলাই কৰদাতাৰ পদুলিৰ পৰা সংগ্ৰহ কৰিব জাৱৰ।জিলা উপায়ুক্তই নিজে কৰদাতাৰ ঘৰৰ পৰা সংগ্ৰহ কৰিলে জাৱৰ।

আজি ফুকন নগৰ পানী যোগান প্ৰকল্প চৌহদত জাৱৰ নিষ্কাষণৰ এক পাইলট প্ৰজেক্ট শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত এম.এছ.লক্ষ্মীপ্ৰিয়াই।দে-এনইউএলএম আঁচনিৰ অধিনত উৎসতে জাৱৰ পৃথকীকৰণ কৰি জৈৱিক আৰু যৌগিক জাৱৰ নিষ্কাষণৰ ব্যৱস্থা কৰা হব।অসমত প্ৰথম এনে ব্যৱস্থাত নিয়োগ কৰা হৈছে মহিলা আত্মসহায়ক গোট।পাইলট প্ৰজেক্ট ৰূপে শিৱসাগৰ নগৰৰ ১০ নং আৰু ১৪নং ৱাৰ্ডত ক্ৰমে মূলাগাভৰু আৰু জননী আত্মসহায়ক গোটৰ মহিলা সকলে কৰদাতাৰ পদুলিৰ পৰা জাৱৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে।

আজি এই পাইলট প্ৰজেক্ট আৰম্ভ কৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত গৰাকীয়ে ১০ নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰৰ পৰা জাৱৰ সংগ্ৰহ কৰি এক উদাহৰণ দাঙি ধৰে।এই দুই ৱাৰ্ডৰ সফলতাৰ ভিত্তিত পৰৱৰ্তী সময়ত আন ১২ টা ৱাৰ্ডত জাৱৰ নিষ্কাষণৰ বাবে মহিলা আত্মসহায়ক গোট নিয়োগৰ ব্যৱস্থা কৰিব।ইয়াৰ দ্বাৰা সমাজ পৰিষ্কাৰত মহিলা শক্তিৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে আৰ্থিক ভাৱেও সৱল হব মহিলা সকল।

Bite-জিলা উপায়ুক্ত

আজিৰ পৰা বহু দিনৰ আগত বিভিন্ন আঁচনি-পৰিকল্পনা হাতত লৈ নগৰখনক জাৱৰমুক্ত কৰিবলৈ বিফল হোৱা শিৱসাগৰ পৌৰসভাৰ এই নতুন আঁচনি কিমান দূৰ সফল হয় সেই কথা সময়ে প্ৰমাণ কৰিব।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.