ETV Bharat / state

পানী সিঁচা যন্ত্ৰ উদ্ভাৱন কৰিলে আমগুৰিৰ প্ৰিয়ানুজে - প্ৰিয়ানুজ বুঢ়াগোঁহাই

আমগুৰি নগৰৰ ডনবস্ক' হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ নাম প্ৰিয়ানুজ বুঢ়াগোঁহাই।নিজ চিন্তাৰে প্ৰিয়ানুজে উদ্ভাৱন কৰিছে পানী সিঁচা যন্ত্ৰ ৷ইয়াৰোপৰি লক ডাউনৰ সময়ত নিজকে ব্যস্ত ৰাখিবলৈ পেং লৈ খোজ কঢ়া বিদ্যা আয়ত্ত্ব কৰা লগতে পকী ৱালত বগোৱাৰো চেষ্টা কৰে প্ৰিয়ানুজে ৷

Priyanuj of Amguri invented the water irrigation system
পানী সিঁচা যন্ত্ৰ উদ্ভাৱন কৰিলে আমগুৰিৰ প্ৰিয়ানুজে
author img

By

Published : Aug 23, 2020, 9:50 AM IST

আমগুৰি, 23আগষ্টঃলকডাউনত সময় পাৰ কৰিবলৈ বিভিন্নজনে ভিন্ন কৰ্মসূচী হাতত লৈ ব্যস্ত ৰাখিছে নিজক ৷তেনে সময়তে শিৱসাগৰ জিলাৰ আমগুৰিত সৃষ্টিশীল কৰ্মত ব্যস্ত থকা দেখা পোৱা গ'ল এটি কিশোৰক। বৈজ্ঞানিক চিন্তাধাৰাৰে পৰিপুষ্ট কিশোৰজনৰ উদ্ভাৱনে সকলোকে আকৰ্ষিত কৰি তুলিছে ৷

পানী সিঁচা যন্ত্ৰ উদ্ভাৱন কৰিলে আমগুৰিৰ প্ৰিয়ানুজে

আমগুৰি নগৰৰ ডনবস্ক' হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ নাম প্ৰিয়ানুজ বুঢ়াগোঁহাই । নিজ চিন্তাৰে প্ৰিয়ানুজে উদ্ভাৱন কৰিছে পানী সিঁচা যন্ত্ৰ ৷ইয়াৰোপৰি লক ডাউনৰ সময়ত নিজকে ব্যস্ত ৰাখিবলৈ পেং লৈ খোজ কঢ়া বিদ্যা আয়ত্ত্ব কৰা লগতে পকী ৱালত বগোৱাৰো চেষ্টা কৰে প্ৰিয়ানুজে ৷

সৃষ্টিশীল তথা প্ৰতিভাধৰ প্ৰিয়ানুজ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আমগুৰিত ৷ অতি কম বয়সতে এনে কলা-কৌশলৰ অধিকাৰী হোৱাত প্ৰিয়ানুজক কৰ্মৰাজিক এতিয়া সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়কঃবাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.