ETV Bharat / state

দুদিনত শিৱসাগৰৰ পৰা আটক চাৰি ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 26, 2019, 9:09 PM IST

আন্তঃৰাষ্ট্ৰীয় নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনাই শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী ৷

দুদিনৰ ভিতৰত শিৱসাগৰত আটক চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী

শিৱসাগৰ,২৬জুনঃ শিৱসাগৰ আৰক্ষীয়ে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দুদিনৰ ভিতৰত আটক কৰে চাৰিজন লোকক । মঙলবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে চলোৱা এক অভিযানত নগৰৰ থানাপট্টিৰ পৰা আৰক্ষীয়ে আটক কৰে কেকে আৰু পিকু নামৰ দুটা অবৈধ ড্ৰাগছ সৰবৰাহকাৰী । আনহাতে বুধবাৰেও এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে নগৰৰ এ.টি.ৰোডৰ গণকপট্টিৰ সমীপৰ পৰা ব্ৰাউন চুগাৰসহ আটক কৰে মানস গগৈ আৰু অংকুৰ জ্যোতি বৰুৱা নামৰ দুটা ড্ৰাগছ সেৱনকাৰীক । জানিব পৰা মতে, দুই ড্ৰাগছ সেৱনকাৰীয়ে বিহুবৰৰ 'ৰাজু' নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা এহেজাৰ টকাৰ বিনিময়ত এই ড্ৰাগছ ক্ৰয় কৰিছিল ।

দুদিনৰ ভিতৰত শিৱসাগৰত আটক চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী

আন্তঃৰাষ্ট্ৰীয় নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে বুধবাৰে শিৱসাগৰ নগৰৰ ৰংপুৰ জ্যোতি ক্লাৱত এক সজাগতা সভাও অনুষ্ঠিত হয় । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই সভাত ড্ৰাগছৰ কৱলৰ পৰা সমাজখনক মুক্ত কৰিবলৈ প্ৰশাসনে ৰাইজৰ সহযোগিতা কামনা কৰিছে । এই সভাতে জয়সাগৰ নাৰ্ছিং কলেজৰ ছাত্ৰীয়ে এখন ড্ৰাগছ বিৰোধী নাট প্ৰদৰ্শন কৰে ।

*শিৱসাগৰত দুদিনত চাৰি ড্ৰাগছৰ অবৈধ সৰবৰাহত জড়িত লোকক গ্ৰেপ্তাৰ*
Story-OPERATION_DRUGS
Ananta Smith
Sivasagar
26th June

A_SVR_26TH_JUNE_80-805_VISUAL_OPERATION_DRUGS_7203499

আন্তঃৰাষ্ট্ৰীয় নিছাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনা শিৱসাগৰ আৰক্ষীয়ে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দুদিনত চাৰি লোকক আটক কৰিছে।

কালি নিশা শিৱসাগৰ আৰক্ষীয়ে চলোৱা এক অভিযানত নগৰৰ থানাপট্টিৰ পৰা কেকে আৰু পিকু নামৰ দুটা অবৈধ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল।

আনহাতে আজি এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে নগৰৰ এ.টি.ৰোডৰ গণকপট্টিৰ সমীপৰ পৰা মানস গগৈ আৰু অংকুৰ জ্যোতি বৰুৱা নামৰ দুটা ড্ৰাগছ সেৱনকাৰীক ব্ৰাউন চুগাৰৰ চিচি সহিত আটক কৰে।দুই ড্ৰাগছ সেৱনকাৰীয়ে বিহুবৰৰ 'ৰাজু' নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা এহেজাৰ টকাৰ বিনিময়ত এই ড্ৰাগছ ক্ৰয় কৰিছিল।

Bite1-ড্ৰাগছ সেৱনকাৰী
Bite2-জিলা আৰক্ষী অধীক্ষক

অন্যহাতে আজি আন্তঃৰাষ্ট্ৰীয় নিছাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে শিৱসাগৰ নগৰৰ ৰংপুৰ জ্যোতি ক্লাৱত এক সজাগতা সভা অনুষ্ঠিত হয়।শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই সভাত বৰবিহ ড্ৰাগছৰ কৱলৰ পৰা সমাজখনক মুক্ত কৰিবলৈ প্ৰশাসনে ৰাইজৰ সহযোগিতা কামনা কৰিছে।সভাত জয়সাগৰ নাৰ্ছিং কলেজৰ ছাত্ৰীয়ে এখন ড্ৰাগছ বিৰোধী নাট প্ৰদৰ্শন কৰে।

Bite3-জিলা উপায়ুক্ত

এই সজাগতা সভাত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ লগতে আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.