ETV Bharat / state

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মে-ডাম-মে-ফি

author img

By

Published : Jan 29, 2020, 1:42 PM IST

শিৱসাগৰত ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মে-ডাম-মে-ফি অনুষ্ঠান ৷ শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত অনুষ্ঠিত হ'ব এই অনুষ্ঠানৰ ৷

শিৱসাগৰ
শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মে-ডাম-মে-ফি

শিৱসাগৰ, 29 জানুৱাৰীঃ ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত অনুষ্ঠিত মে-ডাম-মে-ফি অনুষ্ঠান ৷ স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি পুলিন পোথাও সকলৰ স্মৃতি তৰ্পণৰ এই কাৰ্যসূচী দীৰ্ঘ দিনৰ বিৰতিত এইবাৰ ব্যাপক আড়ম্বৰপূৰ্ণভাবে শিৱসাগৰত উদযাপনৰ দিহা কৰা হৈছে মে-ডাম-মে-ফি । বুধবাৰে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিয়ে সংবাদমেল সম্বোধন কৰি সদৰী কৰিলে কৰিলে এই কথা ৷

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মে-ডাম-মে-ফি

বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা এই দুদিনীয়া কাৰ্যসূচীত পৰম্পৰাগতভাবে আয়োজন কৰা বান ফি, ফুৰালুং পূজা আৰু মৈদাম তৰ্পণ আদি অনুষ্ঠানৰ লগতে ভালেমান আকর্ষণীয় কাৰ্যসূচী আছে বুলি উল্লেখ কৰে উদ্যোক্তাসকলে ।

আনহাতে, মে-ডাম-মে-ফি অনুষ্ঠানত উপস্থিত থাকিব অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা আৰু নিতুমনি শইকীয়াকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে ৷

আৰু পঢ়কঃ মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনা, নিহত 25

Intro:Body:*৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত মে-ডাম-মে-ফি: অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ,প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া,বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা আদিকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব এই মে-ডাম-মে-ফিত।।*

Story-MEDAM MEFI
Ananta Smith
Sivasagar
29th January

শিৱসাগৰৰ
সমূহ টাই আহোম ৰাইজৰ উদ্যোগত ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে।

স্বৰ্গদেউ চাওলুঙ চুকাফাকে ধৰি পুলিন পোথাও সকলৰ স্মৃতি তৰ্পণৰ এই কাৰ্যসূচী দীৰ্ঘ দিনৰ বিৰতিত এইবাৰ ব্যাপক আড়ম্বৰ পূৰ্ণ ভাবে শিৱসাগৰত উদযাপনৰ দিহা কৰা হৈছে।

বৃহত্তৰ ৰংপুৰ মে ডাম মে ফি উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হব লগা এই দুদিনীয়া কাৰ্যসূচীত পৰম্পৰাগত ভাবে আয়োজন কৰা বান ফি, ফুৰালুং পূজা আৰু মৈদাম তৰ্পণ আদি অনুষ্ঠানৰ লগতে ভালেমান আকর্ষণীয় কাৰ্যসূচী আছে।

উদযাপন সমিতিয়ে কালি আয়োজন কৰা এক সংবাদ মেলৰ জৰিয়তে এই মে ডাম মে ফিত অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ,প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া,বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা আদিকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ নিশ্চত কৰিছে বুলি প্ৰকাশ কৰিছে।

Bite:বসন্ত গগৈ/উদযাপন সমিতিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.