ETV Bharat / state

নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

author img

By

Published : Nov 9, 2019, 11:41 AM IST

বহুদিনৰ পৰা চাহ বাগিছাখনত নাহৰফুটুকী বাঘটোৱে পোহনীয়া জীৱ জন্ত ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল ৷ পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ চাবলৈ হাজাৰ হাজৰ লোক সমবেত হয় ৷

নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

নাজিৰা, ৯ নৱেম্বৰঃ নাজিৰা মেকিপুৰ চাহ বাগিছাৰ হাতীপটিত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় শুকুৰবাৰে নিশা ৷ দীৰ্ঘদিন ধৰি চাহ বাগিছাখনৰ পোহনীয়া জীৱ জন্ত ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে ৷ বনবিভাগে পতা পিঞ্জৰাত আৱদ্ধ নাহৰফুটুকীটো ৷

LEOPARD CAPTURE IN NAZIRA KEMIPUR TEA ESTATE
পিঞ্জৰাবদ্ধ হোৱা প্ৰকাণ্ড নাহৰফুটুকীটো

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত সন্ত্ৰাস চলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী অৱশেষত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হয় ৷ বহুদিনৰ পৰা চাহ বাগিছাখনত নাহৰফুটুকী বাঘটোৱে পোহনীয়া জীৱ জন্ত ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল ৷ এই সন্দৰ্ভত চাহ বাগিছাখনৰ পৰিচালকে বন বিভাগক অৱগত কৰাত সোমবাৰে বনবিভাগে বাগিছাখনত এটা পিঞ্জৰা পাতিছিল আৰু শনিবাৰে পুৱাই পিঞ্জৰাত আৱদ্ধ কৰি ৰখা এটা ছাগলী ভক্ষণ কৰিবলৈ আহি প্ৰকাণ্ড নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় ৷ ইফালে পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ চাবলৈ হাজাৰ হাজৰ লোক সমবেত হয় ৷

লগতে পঢ়কঃ কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পত চাইবাৰ আক্ৰমণ -লে. জে(অৱসৰপ্ৰাপ্ত) ডি এছ হুডা

Intro:Body:NABUL KONWAR
DATE-9/11/2019
NAZIRA, ASSAM.

নাজিৰা, ৯ নবেম্বৰ-নাজিৰা মেকিপুৰ চাহ বাগিছাৰ হাতীপটিত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ ৷ দীৰ্ঘদিন ধৰি চাহ বাগিছাখনৰ পোহনীয়া জীৱজন্ত ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে ৷ বনবিভাগে পতা পিঞ্জৰাত আৱদ্ধ নাহৰফুটুকীটো ৷

V/O- দীৰ্ঘদিন ধৰি নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত সন্ত্ৰাস চলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ অৱশেষত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হয় ৷ বহুদিনৰ পৰা চাহ বাগিছাখনত নাহৰফুটুকী বাঘটোৱে পোহনীয়া জীৱজন্ত ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল ৷ এই সন্দৰ্ভত চাহ বাগিছাখনৰ পৰিচালকে বন বিভাগক অৱগত কৰাত সোমবাৰে বনবিভাগে বাগিছাখনত এটা পিঞ্জৰা পাতিছিল আৰু আজি পুৱাই পিঞ্জৰাত আৱদ্ধ কৰি ৰখা এটা ছাগলী ভক্ষণ কৰিবলৈ আহি প্ৰকাণ্ড নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় ৷ ইফালে পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ চাবলৈ হাজাৰ হাজৰ লোক সমবেত হয়৷ এই সন্দৰ্ভত নাজিৰাৰ পৰা নবুল কোঁৱৰৰ এক প্ৰতিবেদন ৷
বাইট- বনবিষয়া/বাগিচা কৰ্তৃপক্ষ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.