ETV Bharat / state

শিৱসাগৰত বন্যহস্তীৰ সন্ত্ৰাসঃ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ - বন্যহস্তী

ডিমৌৰ দিহিং নদীৰ সমীপৰ দিহিংমুখ লাচন গাঁৱত বিগত দুদিন ধৰি শতাধিক সংখ্যক বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে ৷ বন বিভাগৰ লোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ গাঁৱবাসীৰ

শিৱসাগৰত বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Apr 6, 2019, 12:16 PM IST

শিৱসাগৰ , 6 এপ্ৰিলঃ আগন্তুক লোকসভা নিৰ্বাচন আৰু বিহুৰ প্ৰাকক্ষণত শিৱসাগৰৰ নৈপৰীয়া গাঁৱবাসীৰ নিদ্ৰাহৰণ কৰিছে এজাক বন্যহস্তীয়ে ৷ ডিমৌৰ দিহিং নদীৰ সমীপৰ দিহিংমুখ লাচন গাঁৱত বিগত দুদিন ধৰি শতাধিক সংখ্যক বন্যহস্তীয়ে জনাঞ্চলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে ৷

শিৱসাগৰত বন্যহস্তীৰ সন্ত্ৰাস

বন্যহস্তীৰ ত্ৰাসৰ ফলত এতিয়া দিনে নিশাই দিহিংমুখবাসীয়ে মথাউৰিৰ ওপৰত পহৰা দিবলগীয়া হৈছে ৷ কিয়নো এনেসময়ত গাঁও সমূহত বন্যহস্তীৰ দলটো প্ৰৱেশ কৰিলে গাঁৱবাসীৰ ঘৰ-ভঁৰাল বিনস্ত কৰাৰ আশংকা প্ৰকাশ কৰে গাঁৱবাসীয়ে ৷ ইপিনে বন বিভাগৰ দলে মথাউৰিৰ পৰাই হাতী নিৰীক্ষণ কৰাৰ বাহিৰে হাতীৰ জাকটো উভতাই পঠিওৱাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে গাঁৱবাসীয়ে ৷

*শিৱসাগৰত বন্য হস্তীৰ সন্ত্ৰাস-নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে*
Story-WILD_ELEPHANT
Ananta Smith
Sivasagar
06th April

A_SVR_06TH_APR_801-802_WILD_ELEPHANT_ANANTA

নিৰ্বাচন আৰু বিহুৰ প্ৰাকমুহুৰ্তত নৈপৰীয়া গাওঁবাসীৰ নিদ্ৰাহৰণ কৰিছে এজাক বন্যহস্তীয়ে। ডিমৌৰ দিহিং নদীৰ কাষৰ দিহিংমুখ লাচন গাঁৱত দুটা দিন ধৰি জন অৰণ্যলৈ সোমাবলৈ চেষ্টা কৰি আছে শতাধিক সংখ্যক বন্যহস্তীয়ে। যাৰবাবে দিনে-নিশাই দিহিংমুখবাসীয়ে মথাউৰিৰ ওপৰত পহৰা দিবলগীয়া হৈছে। কিয়নো, এনেসময়ত গাওঁসমূহত খাদ্যৰ সন্ধানত বন্যহস্তীৰ দলটো প্ৰৱেশ কৰিলে গাওঁবাসীৰ ঘৰ-ভঁৰাল ভাঙি পেলোৱাৰ আশংকা নিশ্চিত।
বন বিভাগৰ লোকে মথাউৰিৰ পৰাই হাতী নিৰীক্ষণ কৰাৰ বাহিৰে খেদি পঠোৱাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.