ETV Bharat / state

নিৰাপত্তাহীনতাত ভূগি পদত্যাগ চিকিৎসকৰ

author img

By

Published : Sep 4, 2019, 9:33 PM IST

টীয়কত সংঘটিত ডাঃ দেৱেন দত্তৰ বৰ্বৰ হত্যাকাণ্ডৰ পিচত ৰাজ্যত ইজনৰ পিচত সিজন চিকিৎসকে পদত্যাগ কৰিছে ৷ শেহতীয়াকৈ পদত্যাগ কৰিছে শিৱসাগৰ জিলাৰ চিকিৎসক ডাঃ নবীন ফুকনে ৷

নিৰাপত্তাহীনতাত ভূগি পদত্যাগ চিকিৎসকৰ
  • দেৱেন দত্তৰ হত্য়াকাণ্ডৰ পিচত নিৰাপত্তাহীনতাত ৰাজ্যৰ চিকিৎসকসকল ৷
  • ইজনৰ পিচত সিজন চিকিৎসকে কৰিছে পদত্যাগ ৷
  • প্ৰাণৰ মমতাত পদত্যাগ কৰিবলৈ বাধ্য হৈছে চিকিৎসকসকল ৷
  • শেহতীয়াকৈ পদত্যাগ কৰিছে শিৱসাগৰ জিলাৰ এগৰাকী চিকিৎসকে ৷
  • নাজিৰাৰ মেকিপুৰ চাহ বাগিছাৰ চিকিৎসক ডাঃ নবীন ফুকনে কৰিছে পদত্যাগ ৷
  • চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাই পদত্যাগ কৰে ডাঃ ফুকনে ৷

Intro:Body:BREAKING- NAZIRA, নাজিৰা, ৪ আগষ্ট-টীয়ক চাহ বাগিচাৰ মানৱদৰদী চিকিৎসক দেৱেন দত্তৰ নৃশংস হত্যাৰ পিছত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যৰ বিভিন্ন চাহ বাগিচাত কৰ্মৰত চিকিৎসকসকল। নিজৰ প্ৰাণৰ মমতাত চাহ বাগিচাৰ হাস্পতালৰ পৰা পদত্যাগ কৰিছে কেইবাগৰাকীও চিকিৎসকে। ৰাজ্যৰ বহুকেইখন চাহ বাগিচাৰ পৰা বহু গৰাকী চিকিৎসকে ইতিমধ্যে পদত্যাগ কৰিছে। চিকিৎসক দেৱেন দত্তক হত্যাৰ পিছতে নাজিৰাৰ মেকিপুৰ চাহ বাগিচাৰ চিকিৎসক নবীন ফুকনে আজি বাগিচা খনৰ কৰ্মৰ পৰ পদত্যাগ কৰে ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.