ETV Bharat / state

মাতৃ পত্নীসহ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে দেৱব্ৰত শইকীয়াই - CONGRESS LEADER

প্ৰায় দুঘণ্টা সময় দীঘলীয়া শাৰীত থিয় হৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিলে বিধায়ক তথা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই

মাতৃ পত্নীসহ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে দেৱব্ৰত শইকীয়াই
author img

By

Published : Apr 11, 2019, 12:44 PM IST

11 এপ্ৰিল, শিৱসাগৰঃ আজি দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান । দেশৰ সববৃহৎ গণতান্ত্ৰিক উৎসৱটোত পুৱাৰে পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰত পৰিলক্ষিত হৈছে ভোটাৰ ৰাইজৰ ভিৰ ।

মাতৃ পত্নীসহ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে দেৱব্ৰত শইকীয়াই

নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইয়ো ১১৩ নং ই এণ্ড ডি ডাক বঙলা ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ মাতৃ তথা বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী হেমপ্ৰভা শইকীয়া আৰু পত্নীৰ সৈতে ভোট কেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে বিধায়কজনে ৷ ভোটাৰৰ দীঘলীয়া শাৰীত প্ৰায় দুঘণ্টা সময় থিয় হৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

Intro:Body:

A_SVR_11TH_APR_812-813_DEBABRAT_SAIKIA_ANANTA

 আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ভোটদানৰ দিন। পুৱাৰে পৰা ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ ভোট কেন্দ্ৰত ভোটাৰ ৰাইজৰ ভিৰ। নাজিৰাৰ বিধায়ক তথা বিৰুধী দলপতি দেৱব্ৰত শইকীয়াইয়ো ১১৩ নং ই এণ্ড ডি ডাক বঙলা ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ৷ মাতৃ তথা বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী হেমপ্ৰভ শইকীয়া আৰু পত্নীৰ সৈতে ভোট কেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে বিধায়ক জনে৷ ভোটাৰৰ দীঘলীয়া শাৰীত প্ৰায় দুঘণ্টা সময় থিয় হৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিলে বিৰুধী দলপতি দেৱব্ৰত শইকীয়াই৷

Sent to FTP.pls find

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.