ETV Bharat / state

মাতৃ পত্নীসহ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে দেৱব্ৰত শইকীয়াই

প্ৰায় দুঘণ্টা সময় দীঘলীয়া শাৰীত থিয় হৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিলে বিধায়ক তথা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই

author img

By

Published : Apr 11, 2019, 12:44 PM IST

মাতৃ পত্নীসহ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে দেৱব্ৰত শইকীয়াই

11 এপ্ৰিল, শিৱসাগৰঃ আজি দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান । দেশৰ সববৃহৎ গণতান্ত্ৰিক উৎসৱটোত পুৱাৰে পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰত পৰিলক্ষিত হৈছে ভোটাৰ ৰাইজৰ ভিৰ ।

নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইয়ো ১১৩ নং ই এণ্ড ডি ডাক বঙলা ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ মাতৃ তথা বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী হেমপ্ৰভা শইকীয়া আৰু পত্নীৰ সৈতে ভোট কেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে বিধায়কজনে ৷ ভোটাৰৰ দীঘলীয়া শাৰীত প্ৰায় দুঘণ্টা সময় থিয় হৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

Intro:Body:

A_SVR_11TH_APR_812-813_DEBABRAT_SAIKIA_ANANTA

 আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ভোটদানৰ দিন। পুৱাৰে পৰা ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ ভোট কেন্দ্ৰত ভোটাৰ ৰাইজৰ ভিৰ। নাজিৰাৰ বিধায়ক তথা বিৰুধী দলপতি দেৱব্ৰত শইকীয়াইয়ো ১১৩ নং ই এণ্ড ডি ডাক বঙলা ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ৷ মাতৃ তথা বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী হেমপ্ৰভ শইকীয়া আৰু পত্নীৰ সৈতে ভোট কেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে বিধায়ক জনে৷ ভোটাৰৰ দীঘলীয়া শাৰীত প্ৰায় দুঘণ্টা সময় থিয় হৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিলে বিৰুধী দলপতি দেৱব্ৰত শইকীয়াই৷

Sent to FTP.pls find

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.