আমগুৰি, ১৯ এপ্ৰিল: আমগুৰিত চাউলৰ কাৰ্ডত নাম নথকা দৰিদ্ৰক প্ৰদান কৰা ১০০০ টকা বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিচতে এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল ইটিভিত ৷ অৱশেষত আমগুৰি খণ্ড উন্নয়ন বিষয়াই দাখিল কৰে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি আৰু সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে এজাহাৰ ৷
![corruption-impect-corruption-impect-amguri-block-devlopment-officer-fir-against-panchyat-repesantitive-and-retaleramguri-block-devlopment-officer-fir-against-panchyat-repesantitive-and-retaler](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-amguri-801-803-19-april-corruption-impect-visual-photo-samiran-duarah_19042020182841_1904f_1587301121_688.jpg)
আমগুৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনষ্ঠ পঞ্চায়তসমূহত সুলভ মূল্যৰ চাউল আৰু ১০০০ টকা বিতৰণত অনিয়মৰ বাতৰি ই টিভি ভাৰত অসমত সবিস্তাৰে প্ৰকাশিত হৈছিল। তেওঁলোকৰ বিৰুদ্ধে আমগুৰি আৰক্ষী থানা আৰু নামতি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷
লগতে পঢকঃ গোলাঘাটৰ আশা কৰ্মীক কৃতজ্ঞতা ভিন্ন সংগঠন তথা প্ৰতিষ্ঠানৰ