ETV Bharat / state

গায়ন-বায়নৰ চৰণত আঠু ল'লে কংগ্ৰেছ প্ৰাৰ্থী অংকিতাই

নতুন নতুন কৌশলেৰে ভোটাৰৰ মন জয় কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী প্ৰাৰ্থী ৷ আন আন প্ৰাৰ্থীসমূহৰ দৰে আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তইও নিৰ্বাচনী প্ৰচাৰত অৱলম্বন কৰিছে ভিন্ন পন্থা ৷ এইবাৰ অংকিতাই আঠু ল'লে গায়ন-বায়নৰ চৰণত। চাৰিঙত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ হৰি নাম গাই নামৰ মাজৰ একাত্ম হোৱা দেখা গ'ল ।

author img

By

Published : Mar 19, 2021, 2:01 PM IST

গায়ন-বায়নৰ চৰণত আঠু ল'লে কংগ্ৰেছ প্ৰাৰ্থী অংকিতাই
গায়ন-বায়নৰ চৰণত আঠু ল'লে কংগ্ৰেছ প্ৰাৰ্থী অংকিতাই

আমগুৰি,১৯ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনক লৈ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈছে পৰিছে নিৰ্বাচনী প্ৰচাৰ সভাসমূহ ৷ নতুন নতুন কৌশলেৰে ভোটাৰৰ মন জয় কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী প্ৰাৰ্থী ৷ আন আন প্ৰাৰ্থীসমূহৰ দৰে আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তইও নিৰ্বাচনী প্ৰচাৰত অৱলম্বন কৰিছে ভিন্ন পন্থা ৷ এইবাৰ অংকিতাই আঠু ল'লে গায়ন-বায়নৰ চৰণত। চাৰিঙত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ হৰি নাম গাই নামৰ মাজৰ একাত্ম হোৱা দেখা গ'ল ।

ইফালে, অগপ-বিজেপিৰ মিত্ৰজোঁটৰ সমান্তৰালকৈ অংকিতা দত্তয়ো বাইক ৰেলীৰে জনসাধাৰণৰ কাষ চাপি যোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। সমষ্টিটোৰ যুৱ কংগ্ৰেছে উলিওৱা বাইক ৰেলীত অংশগ্ৰহণ কৰি নখন পথসভাত অংশগ্ৰহণ কৰে অংকিতা দত্তই ৷ আমগুৰিক অসমৰ ভিতৰত এটা জাকত জিলিকা সমষ্টি হিচাপে গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায় প্ৰাৰ্থী গৰাকীয়ে ৷

ভাষণ প্ৰসংগত অংকিতাই কয়, কংগ্ৰেছে প্ৰতিশ্ৰুতি নহয় পাঁচটা গেৰাণ্টি লৈ ৰাইজৰ মাজলৈ আহিছে । মাত্ৰ পাঁচটা বছৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত কৰক আমগুৰিৰ সকলো জলন্ত সমস্যা সমাধান কৰা হ'ব ।

লগতে পঢ়ক: গুমৰাঙৰ তালে তালে প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.