ETV Bharat / state

আমগুৰিত সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Feb 27, 2019, 3:37 PM IST

অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনত আৰম্ভ কৰা হয় নিৰ্মাণৰ কাম

আমগুৰিত সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা

শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰী : আমগুৰিত সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰেমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মঙলবাৰে আমগুৰিত ৭০ মেগাৱাট ক্ষমতাসম্পন্নসৌৰশক্তি প্ৰকল্পৰআধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আমগুৰিত সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা
লগতে এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে শক্তিমন্ত্ৰী তপন গগৈ, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক কুশল দুৱৰীকে ধৰি বিভিন্ন নেতা মন্ত্ৰীসহ চৰকাৰৰ উচ্চ পদস্থ বিষয়া । অতিৰিক্ত বিদ্যুৎ উৎপাদনৰ উদ্দেশ্যেৰে নিৰ্মাণ হ'বলগীয়া এই সৌৰশক্তি প্ৰকল্প নিৰ্মাণকাৰ্যৰ কাম অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনত শুভাৰম্ভণি কৰা হয় ।

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.