ETV Bharat / state

শিৱসাগৰৰ আদিত্য নাৰ্ছিং হোমত ৰক্তদান শিবিৰ

শনিবাৰে শিৱসাগৰ জিলাৰ আদিত্য নাৰ্ছিং হোম আৰু ডায়গনেষ্টিক চেণ্টিৰৰ উদ্যোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়

শিৱসাগৰৰ আদিত্য নাৰ্ছিং হোমত ৰক্তদান শিবিৰ
author img

By

Published : May 25, 2019, 6:18 PM IST

শিৱসাগৰ, 25 মে': শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত বিগত কিছুদিন ধৰি ৰোগীৰ বাবে মজুত নাছিল তেজ ৷ যাক লৈ চিকিৎসালয়খনত সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ ৷ সহজলভ্য নোহোৱা নিগেটিভ গ্ৰুপৰ তেজৰ ওপৰিও চিকিৎসালয় নাছিল পজিটিভ গ্ৰুপৰ তেজো ৷ এনে বিষয় সমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই শনিবাৰে শিৱসাগৰৰ আদিত্য নাৰ্ছিং হোম আৰু ডায়গনেষ্টিক চেণ্টিৰৰ উদ্যোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । এই ৰক্তদান শিবিৰত বহু সংখ্যক ৰক্তদাতাই ৰক্তদান কৰি মানৱ জীৱন ৰক্ষাৰ এক মহান পদক্ষেপৰ অংশীদাৰ হয় । আনহাতে, শিবিৰত সংগৃহীত ৰক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত মজুত কৰা হ'ব বুলি মন্তব্য কৰে কৰ্তৃপক্ষই ৷

*শিৱসাগৰৰ আদিত্য নাৰ্চিং হোমত ৰক্তদান শিৱিৰ*
Story-BLOOD_DONATION
Ananta Smith
Sivasagar
25th May

A_SVR_25TH_MAY_804-804_BLOOD_DONATION_7203499

বিগত কিছুদিন ধৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত মজুত ৰক্তৰ অভাৱক কেন্দ্ৰ কৰি ব্যাপক আলোচনাৰ সৃষ্টি হৈছিল।সহজলভ্য নোহোৱা নিগেটিভ গ্ৰুপৰ তেজৰ ওপৰিও সহজলভ্য পজিটিভ গ্ৰুপৰ তেজো ব্লাডবে‌কত মজুত নাছিল।এনে বিষয় সমূহৰ প্ৰতি লক্ষ্য ৰাখি আজি শিৱসাগৰৰ আদিত্য নাৰ্ছিং হোম আৰু ডায়গনেষ্টিক চেণ্টিৰৰ উদ্যোগত  শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰা হয়।এই ৰক্তদান শিৱিৰত বহু সংখ্যক ৰক্তদাতাই ৰক্তদান কৰি মানল জীৱন ৰক্ষাৰ এক মহান পদক্ষেপৰ অংশীদাৰ হয়।শিৱিৰত সংগৃহীত সমূহ ৰক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত মজুত কৰা হব।

Bite-কৰ্তৃপক্ষ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.