ETV Bharat / state

নাজিৰাত বায়’ টয়লেট নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰাজ!

author img

By

Published : Sep 7, 2019, 5:26 PM IST

Updated : Sep 7, 2019, 5:31 PM IST

নাজিৰাত বায়’ টয়লেট নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগ ৷ The energy and resources institute নামৰ আঁচনিৰ সাহায্য পুঁজিৰে নিৰ্মাণ কৰা এটি বায়’ টয়লেটৰ কামৰ নমুনাই স্তম্ভিত কৰিছে সকলোকে৷ নাজিৰাৰ মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ত The energy and resources instituteৰ এক আঁচনিৰ অধীনত প্ৰজ্ঞা নামৰ এটি বেচৰকাৰী সংস্থাই বায়’ টয়লেট নিৰ্মাণ কাৰ্যৰ দ্বায়িত্ব লাভ কৰিছিল৷ অভিযোগ অনুসৰি,নিৰ্মাণৰত অৱস্থাতে শৌচাগাৰৰ পকী বেৰ খহি পৰাৰ লগতে টেংকীত ঠিকাদাৰে লোহাৰ ৰদৰ সলনি ব্যৱহাৰ কৰিছে বাঁহৰ কামী ৷

বায়’ টয়লেট নিৰ্মানৰ নামত চৰম দূৰ্নীতি

নাজিৰা, 7 চেপ্তেম্বৰঃ নিজৰ মুনাফা লাভৰ বাবেই একাংশ ঠিকাদাৰে বৰ্তাই ৰাখিছে ঠিকা বৃত্তি৷ এই কথা পুনৰ প্ৰমাণিত হৈছে নাজিৰাত৷ The energy and resourses institute নামৰ আঁচনিৰ সাহায্য পুঁজিৰে নিৰ্মাণ কৰা এটি বায়’ টয়লেটৰ কামৰ নমুনাই স্তম্ভিত কৰিছে সকলোকে৷ নাজিৰাৰ মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ত The energy and recourses instuteৰ এক আঁচনিৰ অধীনত প্ৰজ্ঞা নামৰ এটি বেচৰকাৰী সংস্থাই বায়’ টয়লেট নিৰ্মাণ কাৰ্যৰ দ্বায়িত্ব লাভ কৰিছিল৷অভিযোগ অনুসৰি, জনৈক মহন্ত নামৰ ঠিকাদাৰ জনে মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালৰ প্ৰধান শিক্ষকক ফোন কৰি জনাইছিল এই কথা৷ কিন্তু শৌচাগাৰ নিৰ্মাণৰ বাবে কিমান টকা আহিছে বা কেনেকৈ নিৰ্মাণ কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষক এই বিষয়ে একো জনোৱা নাছিল ঠিকাদাৰ জনে৷ ক্ষীপ্ৰ গতিৰে কাম আগবঢ়াই নিয়া ঠিকাদাৰ জনে বিদ্যালয়ৰ শিক্ষক নথকা সুযোগ লৈ কোনো নথকা অৱস্থাত যোৱা দেওবাৰে শৌচাগাৰৰ টেংকীত ঢালাই দিয়াৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ৷ ঠিকাদাৰ জনৰ এই কাৰ্যত বিদ্যালয় কৰ্তৃপক্ষৰ সন্দেহ ওপজাত শৌচাগাৰৰ টেংকী মিষ্ট্ৰিৰ হতুৱাই ভাঙি চোৱাত ওলাই পৰে সকলো কথা৷ নিৰ্মাণৰত অৱস্থাতে শৌচাগাৰৰ পকী বেৰ খহি পৰাৰ লগতে টেংকীত ঠিকাদাৰে লোহাৰ ৰদৰ সলনি ব্যৱহাৰ কৰিছে বাঁহৰ কামী৷

নাজিৰাত বায়’ টয়লেট নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰাজ!
ঠিকাদাৰ মহন্তই এষ্টিমেট মতেই কাম কৰা হৈছে বুলি দাবী কৰিছিল যদিও বায়'টয়লেটৰ গৃহটোত নাম মাত্ৰহে লোৰ ৰদ ব্যৱহাৰ কৰিছে৷ এনে নিম্নমানৰ কামৰ ফলত সংঘটিত হ’ব পৰা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল৷ কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা ঠিকাদাৰ জনৰ ওপৰত The energy and recourses instute কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব৷

Intro:Body:NABUL KONWAR
DATE- 7/9/2019
NAZIRA, ASSAM.

নাজিৰা , ৭ চেপ্তেম্বৰ- নিজৰ মুনাফা লাভৰ বাবেই একাংশ ঠিকাদাৰে বৰ্তাই ৰাখিছে ঠিকা বৃত্তি৷ সেই কথা পুনৰ প্ৰমাণিত হছে নাজিৰাত৷ নাজিৰাৰ মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ত The energy and recourses instute নামৰ এটা সংস্থাৰ সাহায্য পুজিৰে নিৰ্মাণ কৰিবলৈ অহা এটি বায় টয়লেটৰ কামৰ নমুনা দেখিলে আপোনাৰো চকু কপালত উঠিব৷ নিৰ্মাণৰত অৱস্থাতে টয়লেটৰ পকী বেৰ খহি পৰাৰ লগতে লেটিনৰ টেংকীত ঠিকাদাৰে লোহাৰ ৰদৰ সলনি ব্যৱহাৰ কৰিছে বাঁহৰ কামী৷ The energy and recourses instuteৰ এক আচনিৰ অধীনত প্ৰগ্যা নামৰ এটি বেচৰকাৰী সংস্থাই দ্বায়িত্ব লাভ কৰিছিল বিদ্যালয়ত বায় টয়লেট নিৰ্মাণ কৰাৰ ৷ সেই আচনিৰ অধীনতে মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ত বায় টয়লেট নিৰ্মাণৰ ঠিকা লৈছিল ঋতুপৰ্ণ মহন্ত নামৰ ঠিকাদাৰ জনে৷ ঋতুপৰ্ণ মহন্ত নামৰ ঠিকাদাৰ জনে মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালৰ প্ৰধান শিক্ষকক ফোন কৰি জনাইছিল এই কথা ৷ টয়লেট নিৰ্মাণৰ বাবে কিমান টকা আহিছে বা কেনেকৈ নিৰ্মাণ কৰিব লাগিব হেই কথা জনোৱা নাছিল ঠিকাদাৰ জনে ৷ কিন্তু বায় টয়লেটৰ কামৰ নমুনা দেখি সন্তুষ্ট নাছিল বিদ্যালয় কৰ্তৃপক্ষ৷ খুৱ ক্ষীপ্ৰ গতিৰে কাম আগবঢ়াই নিছিল ঠিকাদাৰে৷ বিদ্যালয়ৰ শিক্ষক নথকা সুযোগ লৈ কোনো নথকা অৱস্থাত যোৱা দেওবাৰে লেটিনৰ টেংকীত ঢ়ালাই দিলে৷ দেওবাৰে টেংকীৰ ঢ়ালাই দিয়াত সন্দেহ উপজিল বিদ্যালয় কৰ্তৃপক্ষৰ ৷ বিদ্যালয় কৰ্তৃপক্ষই লেটিনৰ টেংকী মিষ্ট্ৰিৰ হতুৱাই ভাঙি চোৱাত ওলাল উৰহি গছৰ ওৰ ৷ লোহাৰ ৰদৰ সলনি বাঁহৰ কামীৰে ঢ়ালাই দি বনাইছিল লেটীনৰ টেংকী৷
ঠিকাদাৰ ঋতুপৰ্ণ মহন্তই এষ্টিমেট মতেই কাম কৰা হৈছে বুলি দাবী কৰিছিল ৷ বায়টয়লেটৰ গৃহটোতও নাম মাত্ৰ লোৰ ৰদ ব্যৱহা কৰিছে ৷ যাৰ ফলত নিৰ্মাণৰত অৱস্থাতে খহি পৰাৰ সম্ভাৱনা আছে পকী বেৰৰ৷ নিজৰ অধিক মুনাফা লাভাৰ আশাত ঠিকাদাৰ জনে পাহৰি পেলাইছে মানৱতাৰ কথা৷ কন কন ছাত্ৰছাত্ৰীৰ জীৱনকলৈ হেতালি খেলিছে ঋতুপৰ্ণ মহন্ত নামৰ ঠিকাদাৰ জনে৷ এনে নিম্নমানৰ কামৰ ফলত দূৰ্ঘটনা সংঘটিত হোৱাৰ শংকা অধিক৷ অকল এইয়াই নহয় অনুসন্ধান চলালে এইজন ঠিকাদাৰে নিৰ্মাণ কৰি থকা আন
আন বিদ্যালয়ৰ বায় টয়লেটৰ দূৰ্নীতিৰ কথাও আহিব পোহৰলৈ৷

বাইট-২- শিক্ষক ৷

এনে দূৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে The energy and recourses instute কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে হেয়া লক্ষনীয় হব৷
Conclusion:
Last Updated : Sep 7, 2019, 5:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.