ETV Bharat / state

শিৱসাগৰৰ দিন হাজিৰা কৰা জাকিৰ আলিৰ পুত্ৰ আৰবাজৰ সফলতা - উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

আৰ্থিক সংঘাতৰ পাচতো আৰবাজে শিৱসাগৰ মহাবীৰ চিলাৰায় কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮১% নম্বৰেৰে উত্তীৰ্ণ হবলৈ সক্ষম হয়।

শিৱসাগৰৰ দিন হাজিৰা কৰা জাকিৰ আলিৰ পুত্ৰ আৰবাজৰ সফলতা
author img

By

Published : May 27, 2019, 10:30 PM IST

শিৱসাগৰ, 27 মেঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিশেষ সফলতা দেখুৱাবলৈ সক্ষম হৈছে ডিমৌ মুখৰ আৰবাজে আলিয়ে ৷ পিতৃ জাকিৰ আলিয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে মাতৃ মলিকা বেগমেও আনৰ ঘৰত বনকৰি ঘৰ চলোৱাত সহায় কৰে ৷ আৰ্থিক সংঘাতৰ পাচতো আৰবাজে শিৱসাগৰ মহাবীৰ চিলাৰায় কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮১% নম্বৰেৰে উত্তীৰ্ণ হবলৈ সক্ষম হয়। ঘৰুৱা কামৰ মাজতো নিজৰ আধ্যয়ন আগবঢ়াই নিয়া আৰবাজৰ পৰিয়ালৰ বাবে উচ্চ শিক্ষা সপোনৰো অগোচৰ ৷ সেয়ে ইতিমধ্যে আছুকে ধৰি বিভিন্ন অনুষ্ঠান আৰবাজৰ উচ্চ শিক্ষাৰ বাবে আগবাঢ়ি অহা বুলি জানিব পৰা গৈছে ৷

*শিৱসাগৰৰ দিন হাজিৰা কৰা জাকিৰ আলিৰ পুত্ৰ আৰবাজৰ সফলতা*
Story-SUCCESS_IN_HARDSHIP
Ananta Smith
Sivasagar
27th May

A_SVR_27TH_MAY-801-803_SUCCRSS_IN_HARDSHIP_7203499

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিশেষ সফলতা দেখুৱাবলৈ সক্ষম হৈছে ডিমৌমুখৰ আৰ্থিক ভাৱে পিছপৰা আৰবাজে আলিয়ে।পিতৃ জাকিৰ আলিয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে মাতৃ মলিকা বেগমেও আনৰ ঘৰত বনকৰি ঘৰ চলোৱাত সহায় কৰে।আৰ্থিক সংঘাতৰ পাছতো তেওঁলোকৰ পুত্ৰ আৰবাজে শিৱসাগৰ মহাবীৰ চিলাৰায় কনিষ্ঠ মহাবিদ্যালয়, জয়ৰাপাৰৰ পৰা কলা শাখাত চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ ৮১% নম্বৰেৰে উত্তীৰ্ণ হবলৈ সক্ষম হয়।আৰবাজে অসমীয়া বিষয়ত ৮৯,শিক্ষা বিষয়ত ৮৬,ৰাজনীতি বিজ্ঞান বিষয়ত ৮১ আৰু সমাজবিদ্যা বিষয়ত ৮০ নম্বৰ সহ মুঠ ৪০৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।ঘৰুৱা কামৰ মাজতো নিজৰ আধ্যয়ণ আগবঢ়াই নিয়া আৰবাজে দৈনিক ৰুটিন তৈয়াৰ কৰি অধ্যয়ণ আগবঢ়াই নিছিল।

Bite-আৰবাজ

ফলাফলৰ পাছত স্বাভাৱিকতে পৰিয়ালত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে যদিও সন্তানৰ ভৱিষ্যত শিক্ষা আহৰণক লৈ উদ্বিগ্ন পৰিয়ালটো।কথমপি ঘৰুৱা জোৰা মাৰিবলৈ সক্ষম হোৱা আলি পৰিয়ালৰ বাবে উচ্চ শিক্ষা সপোনৰো অগোচৰ।চৰকাৰী আঁচনিয়ে কিছু সকাহ দিব যদিও স্নাতক মহলত উপযুক্ত শিক্ষাৰ বাবে আৰু বহু প্ৰয়োজনতা থাকে।ইয়াক লৈ চিন্তিত পৰিয়াল।ইতিমধ্যে আছুকে ধৰি বিভিন্ন অনুষ্ঠান আৰবাজৰ উচ্চ শিক্ষাৰ বাবে আগবাঢ়ি আহিছে।

Bite- আৰবাজৰ মাতৃ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.