ETV Bharat / state

তেজপুৰত বিদ্যুৎ বিভাগৰ বিল ৰিডাৰ কৰ্মচাৰীৰ অসহযোগ কাৰ্যসূচী - তেজপুৰ

সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ সংস্থা অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ তেজপুৰ শাখাৰ অসহযোগ কাৰ্যসূচী ৷

প্ৰতিবাদত বহিল বিদ্যুৎ বিভাগৰ বিল ৰিডাৰ কৰ্মচাৰী
author img

By

Published : Aug 6, 2019, 2:51 PM IST

তেজপুৰ, 6 আগষ্টঃ মঙলবাৰে সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ সংস্থা অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ তেজপুৰ শাখাই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত প্ৰায় 20 জন কৰ্মচাৰীয়ে তেজপুৰ জিলা কাৰ্য্যালয়ৰ চৌহদত অসহযোগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তেওঁলোকে দাবী কৰে যে যোৱা এপ্ৰিল মাহত স্থায়ী নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ কোনো ধৰণৰ ফলাফল আজি পৰ্যন্ত ঘোষণা কৰা নাই বিদ্যুৎ বিভাগে ।কৰ্মচাৰী সকলে জনায় যে পৰৱৰ্তী পৰ্যায়ত সন্থাই 9 আগষ্টত গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত সন্থাৰ সমূহ সদস্যৰ উপস্থিতিত কেন্দ্ৰীয়ভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ।

Intro:তেজপুৰ,৬ আগষ্ট : সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ সংস্থা অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ তেজপুৰ শাখাই আজি তেওঁলোকৰ চাকৰি নিয়মীয়া কৰণৰ দাবীত তেজপুৰ সংমণ্ডলত অসহযোগ কাৰ্য্য সূচী ৰূপায়ণ কৰে ।

Body:দীৰ্ঘদিনীয়া তেওঁলোকৰ চাকৰি নিয়মীয়া কৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ প্রতিবাদত প্ৰায় 20 জন কৰ্মচাৰী য়ে এই অসহযোগ আন্দোলন কৰে কাৰ্য্যালয়ৰ চৌহদত ।
তেওঁলোকে দাবী কৰে যে যোৱা এপ্ৰিল মাহত অনুষ্ঠিত হোৱা তেওঁলোকৰ নিযুক্তি ৰ যি পৰীক্ষা অনুষ্ঠিত হয় তাৰ কোনো ধৰণৰ ফলাফল আজি পৰ্যন্ত ঘোষণা নকৰিলে ।

Bite: workers , মিটাৰ ৰিডাৰ ।

Conclusion:কৰ্মচাৰী সকলে জনায় যে ইয়াৰ পিছত তেওঁলোকে গুৱাহাটীৰ মুখ্য কাৰ্যালয় ত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব । যদি বিভাগীয় কৰ্তৃপক্ষই তথা চৰকাৰে এই বিষয়ে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে পুনৰ আন্দোলনত বহিব ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৬/৮/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.