ETV Bharat / state

শাওণৰ পথাৰত ব্যস্ত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা

শাওণৰ পথাৰত কৃষিকৰ্মত ব্যস্ত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা ৷ বোৱাৰীক লগত লৈ ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিল বিধায়কগৰাকী ৷

author img

By

Published : Jul 27, 2019, 11:55 AM IST

শাওনৰ পথাৰত বিধায়ক প্ৰদীপ হাজৰিকা

আমগুৰি,27 জুলাই : শাওণৰ পথাৰত কৃষিকৰ্মত ব্যস্ত হৈ পৰিল আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা। পৌৰাণিক পৰম্পৰা তথা ৰীতি-নীতিৰে গুৰু নাম দেও ভকতলৈ সেৱা আগবঢ়াই বিধায়ক হাজৰিকাৰ কৃষিভূমিত আজিৰে পৰা আৰম্ভ হৈছে ন-ভূঁই ৰোৱা ।

শাওনৰ পথাৰত বিধায়ক প্ৰদীপ হাজৰিকা

বিধায়কৰ সমান্তৰালকৈ ন-বোৱাৰীও ঘৰত বহি থাকিব নোৱাৰিলে। ৰোৱনীৰ লগত হাতত মুঠি মুঠি কঠীয়া লৈ বিধায়কৰ বোৱাৰী ব্যস্ত হৈ পৰিল কঠীয়া ৰোৱাত। ইপিনে কঠীয়া ৰোৱাৰ অন্তত সকলোৰে সৈতে লগ হৈ পথাৰতে পকা কঠাল,প্ৰসাদ খালে বিধায়কগৰাকীয়ে। এনেদৰেই বোৱাৰীৰ সৈতে শাওণৰ পথাৰত ব্যস্ত হৈ পৰিল বিধায়ক প্ৰদীপ হাজৰিকা।

Intro:Body: অামগুৰি
২৭/৭/১৯

আমগুৰি, ২৭ জুলাই:
কৃষিকৰ্মত ব্যস্ত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা। পৌৰাণিক পৰম্পৰা তথা ৰীতি-নীতিৰে গুৰু নাম দেও ভকতলৈ গুৱা আগবঢ়াই বিধায়ক হাজৰিকাৰ কৃষিভূমিত আজিৰেপৰা আৰম্ভ হৈছে ন-ভূঁই।

বিধায়কৰ সমান্তৰালকৈ ন-বোৱাৰীও ঘৰত বহি থাকিব নোৱাৰিলে। ৰোৱনীৰ লগত হাতত মুঠি মুঠি কঠীয়া লৈ ব্যস্ত হ'ল কঠীয়া ৰোৱাত। বিধায়কৰ বোৱাৰী। বোৱাৰীয়েকে কঠীয়া ৰোৱাত ব্যস্ত গতিকে শহুৰেক ৰৈ থাকিব কেনেকৈ। শহুৰেকেও কঠীয়া বোলোৱাত ব্যস্ত হৈ পৰিল।

কঠীয়া ৰোৱাৰ অন্তত সকলোৱে পকা কঠাল, প্ৰসাদ খালে। হাঁহি-স্ফূৰ্ত্তী , ৰং তমাচাৰে ৰোৱনীসকলেও বিধায়কৰ ঘৰৰ
ন-ভূঁইত অংশগ্ৰহণ কৰিলে। এইদৰেই এতিয়া শাওনৰ পথাৰত বোৱাৰীসহিতে বিধায়ক প্ৰদীপ হাজৰিকা।

সমীৰণ দুৱৰা, অামগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.