ETV Bharat / state

আমগুৰি বৰবাম চাহ বাগিচাৰ কাম কাজ পুনৰ আৰম্ভ

চৰকাৰৰ নিৰ্দেশ অনুসৰি সামাজিক দুৰত্ব,মাস্ক ব্যৱহাৰ আৰু পৰ্যাপ্ত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰি গুদৰিক কোম্পানীৰ অধীনৰ আমগুৰি বৰবাম চাহ বাগিচাই পুনৰ আৰম্ভ কৰিছে কাম-কাজ ৷

author img

By

Published : Apr 18, 2020, 10:12 AM IST

amguri-borma-tea-garden-collection-godoric-tea-state
আমগুৰি বৰবাম চাহ বাগিচাৰ কামকাজ পুনৰ আৰম্ভ

আমগুৰি ১৮ এপ্ৰিল:লক ডাউনৰ বাবে বন্ধ হৈ থকা আমগুৰি বৰবাম চাহ বাগিচাৰ কামকাজ পুনৰ আৰম্ভ হয় ৷

চৰকাৰৰ নিৰ্দেশ অনুসৰি সামাজিক দুৰত্ব,মাস্ক ব্যৱহাৰ আৰু পৰ্যাপ্ত চেনিটাইজেশ্বনৰ ব্যৱস্থা কৰি গুদৰিক কোম্পানীৰ অধীনৰ আমগুৰি বৰবাম চাহ বাগিচাই পুণৰ আৰম্ভ কৰিছে কাম-কাজ।

বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলক মাস্ক পৰিধান কৰাই নিদিষ্ট সামাজিক ব্যৱধান ৰক্ষা কৰি পাত তোলা আৰু কলঘৰৰ কামত নিয়োজিত কৰাৰ লগতে সম্পূৰ্ণ চেনিটাইজেশ্বনৰ ব্যৱস্থা কৰিছ ৷

লগতে পঢক : 22 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব মিজোৰামৰ শিক্ষা বৰ্ডৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.