ETV Bharat / state

অখিল গগৈৰ মুক্তি আৰু আশুআৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

author img

By

Published : Jul 21, 2020, 9:47 AM IST

আমগুৰিৰ চামগুৰি মাউত গাঁৱৰ ৰাজহুৱা বৰনামঘৰত স্থানীয় ভকত-বৈষ্ণৱ আৰু আইমাতৃসকলে ১২৪ গচি বন্তি প্ৰজ্বলন কৰি সমূহীয়াভাৱে প্ৰাৰ্থনা কৰে।

aamguri-pray-for-akhil-gogoi
অখিল গগৈৰ মুক্তি আৰু আশুআৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

আমগুৰি,২১জুলাইঃ আমগুৰিত কৃষক নেতা অখিল গগৈৰ আশুআৰোগ্য কামনা, ন্যায় প্ৰদান আৰু মুক্তিৰ কামনাৰে ৰাজহুৱা বন্তি প্ৰজ্বলন। আমগুৰিৰ চামগুৰি মাউত গাঁওৰ ৰাজহুৱা বৰনামঘৰত স্থানীয় ভকত-বৈষ্ণৱ আৰু আইমাতৃসকলে ১২৪ গচি বন্তি প্ৰজ্বলন কৰি সমূহীয়াভাৱে প্ৰাৰ্থনা কৰে।

উল্লেখ্য যে, কৃষক নেতা অখিল গগৈ মাউত গাঁওৰ জোঁৱাই হিচাপে অঞ্চলবাসীয়ে ভগৱন্তৰ চৰণত সেৱা লৈ, মঙলবাৰে NIA গোছৰৰ শুনানি থকাৰ কাৰণে ইশ্বৰে যাতে তেঁওক শক্তি প্ৰদান কৰাৰ লগতে অতি শীঘ্ৰে ন্যায় পায় তাৰে সমূহীয়া প্ৰাৰ্থনা জনায় ৷ গোপিনীৰ হৈ তৰুলতা তামুলীয়ে বন্তি প্ৰজ্বলন কৰে তাৰ পিছত সকলোৱে বন্তি প্ৰজ্বলন কৰি সমূহীয়া প্ৰাৰ্থনা কৰে।

অনুষ্ঠানটিত সমাজকৰ্মী ভুৱন তামুলী, ৰোহিনী তামুলী, প্ৰাক্তন শিক্ষক দেবেন তামুলী, চামগুৰি শঙ্খধ্বনি নাট্যগোষ্ঠীৰ পৰিচালক পুলিন তামুলী, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকা, শিৱসাগৰ জিলাৰ ছাত্ৰ মুক্তিৰ সম্পাদক সীমান্ত গগৈ, বৰাহী বাৰী আঞ্চলিকৰ দেৱৰাজ তামুলী, জ্ঞানন গগৈ, পৰাগ গগৈৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।

লগতে পঢ়কঃ ধেমাজিৰ কুলাজানত ১২৭ টা অবৈধ গৰু জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.