ETV Bharat / state

কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত চাৰিজন

শিৱসাগৰত বিষাক্ত কাঠফুলা খাই চিকিৎসাধীন চাৰিজনকৈ লোক

author img

By

Published : Mar 6, 2019, 1:42 PM IST

কাঠফুলা খাই বিষক্ৰিয়া

শিৱসাগৰ, 6 মাৰ্চঃ শিৱসাগৰত বিষাক্ত কাঠফুলা খাই অসুস্থচাৰিজনকৈ লোক । শিৱসাগৰৰ বকতা নেমুগুৰিৰ চিকাৰীচুক কালচাং বস্তিতসংঘটিত হয় এই ঘটনা । নৈশ আহাৰৰ লগত বাৰীৰ পৰা অনা কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত হয় একেটা পৰিয়ালৰ চাৰিজনকৈ লোক ।

কাঠফুলা খাই বিষক্ৰিয়া

বিষক্ৰিয়াত আক্ৰান্ত হোৱা লোক কেইজন হৈছে দুৰ্গেশ্বৰ ভূমিজ, ভুৱন ভূমিজ, হৰেশ ভূমিজ আৰু জোনমণি ভূমিজ । কাঠফুলা খাই বমি আৰু পেটৰ বিষত আক্ৰান্ত হোৱাৰ ফলত পুৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় লোককেইজনক। তৎকালীন চিকিৎসা প্ৰদানৰ পাছত বৰ্তমান লোক কেইজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।বৰ্তমান পৰ্যৱেক্ষণত ৰখা লোককেইজনক প্ৰয়োজন হ'লে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব বুলি শিৱসাগৰ অসামৰিক চিকিৎসালয় সূত্ৰই জনাইছে।

*শিৱসাগৰত বিষাক্ত কাঠফুলা খাই আক্ৰান্ত চাৰিজন লোক-শিৱসাগৰ অসামৰিক চিকৎসালয়ত চিকিৎসাধীন*
Story-MASHROOM_TRAGEDY
Ananta smith
Sivasagar
6th March

A_SVR_06TH_MAR_802-803_MUSHROOM_TRAGEDY_ANANTA

শিৱসাগৰত বিষাক্ত কাঠফুলা খাই চাৰিজন লোক আক্ৰান্ত।শিৱসাগৰৰ বকতা নেমুগুৰিৰ চিকাৰীচুক কালচাং বস্তিৰ এটা পৰিয়ালে নৈশ আহাৰৰ লগত বাৰীৰ পৰা অনা কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত হয়।পৰিয়ালটোৰ দুৰ্গেশ্বৰ ভূমিজ,ভুৱন ভূমিজ,হৰেশ ভূমিজ আৰু জোনমণি ভূমিজ কাঠফুলা খাই অতিপাত বমি আৰু পেটৰ বিষত আক্ৰান্ত হোৱাৰ ফলত আজি পুৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হয়।গুৰুতৰ অৱস্থাত ভৰ্তি হোৱা চাৰিজনক তৎকালীন চিকিৎসা প্ৰদানৰ পাছত বৰ্তমান অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।বৰ্তমান পৰ্যৱেক্ষণত ৰখা চাৰিওকে প্ৰয়োজন হলে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব বুলি শিৱসাগৰ অসামৰিক চিকিৎসালয় সূত্ৰই জানিব দিছে।

Bite-আক্ৰান্তৰ আত্মীয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.