ETV Bharat / state

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নলবাৰীৰ প্ৰিয়ংকা

author img

By

Published : Aug 29, 2019, 2:24 PM IST

28 জুলাইৰ পৰা 31 জুলাইলৈ অনুষ্ঠিত 'ইন্টাৰনেচনেল মাল্টি লেংগুৱেজ প্লে ডান্স এণ্ড মিউজিক' কনটেষ্টৰ ৭ তম বাৰ্ষিক মোহন ৰং মহোৎসৱত নলবাৰীৰ জীয়ৰী প্ৰিয়ংকা কলিতাই আঁজুৰি আনিলে তিনিটাকৈ পুৰস্কাৰ‌

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নলবাৰীৰ প্ৰিয়ংকা

নলবাৰী, 29 আগষ্টঃ সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নলবাৰীৰ কন্যা প্ৰিয়ংকা কলিতা । গোৱাত অনুষ্ঠিত এক অনুষ্ঠানত সন্মান আঁজুৰি আনিলে নলবাৰীৰ কন্যা গৰাকীয়ে ৷ 28 জুলাইৰ পৰা 31 জুলাইলৈ অনুষ্ঠিত 'ইন্টাৰনেচনেল মাল্টি লেংগুৱেজ প্লে ডান্স এণ্ড মিউজিক' কনটেষ্টৰ ৭ তম বাৰ্ষিক মোহন ৰং মহোৎসৱত নলবাৰীৰ জীয়ৰী প্ৰিয়ংকা কলিতাই আজুৰি আনিলে তিনিটাকৈ পুৰস্কাৰ‌ । অসমৰ হৈ প্ৰতিনিধিত্ব কৰা প্ৰিয়ংকা কলিতাই বৰগীতত এককভাবে প্ৰথম , দলীয় বাদ্যযন্ত্ৰতত দ্বিতীয় স্থান আৰু পশ্চিমীয়া সংস্কৃতিত দলীয়ভাৱে প্ৰথম স্থান পাবলৈ সক্ষম হয় ।

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নলবাৰীৰ প্ৰিয়ংকা

আনহাতে, প্ৰায় 12000 দলে এই প্ৰতিযোগিতাত অংশ লোৱা বুলি প্ৰিয়ংকাই জানিবলৈ দিয়ে । নলবাৰীৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰি বৰ্তমান গুৱাহাটীস্থিত বাবনী মিউজিক একাডেমিত সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে প্ৰিয়ংকাই । ইফালে নলবাৰীৰ ঘোহকুছি গাঁৱৰ প্ৰিয়ংকা কলিতাৰ পিতৃ দ্বিজেন কলিতা দিন হাজিৰা কৰাৰ বাবেই বিভিন্ন সময়ত আৰ্থিক অনাটনৰ মাজেৰে পাৰ কৰিব লাগে প্ৰতিভাৱান শিল্পী গৰাকীয়ে ।

Intro:সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিল নলবাৰীৰ কন্যা প্ৰিয়ংকা।
অসমবাসীৰ বাৱে সুখবৰ।
গোৱাত অনুষ্ঠিত এক অনুষ্ঠানত সন্মান আজুৰি আনিলে নলবাৰীৰ এগৰাকী কন্যাই
২৮ জুলাইৰ পৰা ৩১ জুলাইলৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।Body:অসমবাসীৰ বাবে সুখবৰ।গোৱাত অনুষ্ঠিত হোৱা ইন্টাৰনেচনেল মাল্টি লেংগুৱেল প্লে ড্যান্স এণ্ড মিউজিক কনটেষ্ট /ফেষ্টৰ ৭ ম বাৰ্ষিক মোহন ৰং মহোৎসৱত নলবাৰীৰ জীয়ৰী প্ৰিয়ংকা কলিতাই আজুৰি আনিলে তিনিটাকৈ পুৰস্কাৰ‌।উল্লেখযোগ্য যে অসমৰ হৈ প্ৰতিনিধিত্ব কৰা প্ৰিয়ংকা কলিতাই বৰগীতত এককভাবে প্ৰথম।দলীয় বাদ্যযন্ত্ৰত(group music)ত দ্বিতীয় স্থান আৰু পশ্চিমীয়া সংস্কৃতি(Western vokel)ত প্ৰথম হবলৈ দলীয় ভাৱে সক্ষম হয়।প্ৰায় 12000 দল এই প্ৰতিযোগিতাত অংশ লোৱা বুলি প্ৰিয়ংকাই জানিবলৈ দিয়ে। নলবাৰীৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰি বৰ্তমান
গুৱাহাটীস্হিত বাবনী মিউজিক একাডেমিত সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে প্ৰিয়ংকাই।ইফালে নলবাৰীৰ ঘোহকুছি গাওঁৰ এইগৰাকী প্ৰিয়ংকা কলিতাৰ পিতৃ এগৰাকী দিন হাজিৰা কৰা দ্বিজেন কলিতা আৰু মাতৃ দ্বিপ্তী কলিতা।উল্লেখ্য যে পিতৃয়ে দিন হাজিৰা কৰি অভাৱ অনাতনৰ মাজেৰে সংগীত শিক্ষা গ্ৰহন কৰিৱ দিছিল।আৰু পুৰষ্কাৰ বুটলি আনোতে আনন্দিত হৈ পৰিছে প্ৰিয়ংকা ৰ পৰিয়ালৰ লগতে গাওবাসী।ইফালে প্ৰিয়ংকা কলিতা গাওঁত উপস্থিত হোৱাত গাওঁবাসীয়ে এখন সভা পাতি সম্বধৰ্ণা জনাই।Conclusion:বাইট প্ৰিয়ংকা কলিতা।
বাইট পিতৃ

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.