ETV Bharat / state

আৱাহন থিয়েটাৰৰ ৪০ তম নাট্যবৰ্ষ

author img

By

Published : Aug 21, 2019, 12:54 PM IST

Updated : Aug 21, 2019, 9:31 PM IST

নাট্যকাৰ হেমন্ত দত্তক প্ৰদান কৰা হয় ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা ৷

আৱাহন থিয়েটাৰৰ ৪০ তম নাট্যবৰ্ষ

পাঠশালা,২১ আগষ্ট: নলবাৰীৰ পাঠশালাত মঙলবাৰে অসমৰ অন্যতম জনপ্ৰিয় নাট্যদল আৱাহন থিয়েটাৰৰ ৪০ তম নাট্যবৰ্ষৰ আৰম্ভ কৰা হয় ৷ বৰপেটা জিলা উপায়ুক্ত মুনিন্দ্ৰ কুমাৰ শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে আৱাহনৰ মঞ্চ ৷

আৱাহন থিয়েটাৰৰ ৪০ তম নাট্যবৰ্ষ

চলিত বৰ্ষত নাট্যকাৰ হেমন্ত দত্তক আৱাহন থিয়েটাৰে প্ৰদান কৰে ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা ৷ অনুষ্ঠানত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে উন্মোচন কৰে আৱাহন মুখপত্ৰ ৰংগবেদিকা ৷ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ সন্ধ্যা তৰা নাটেৰে মুকলি কৰা হয় আৱাহন থিয়েটাৰৰ চলিত বৰ্ষ মঞ্চ ৷ প্ৰযোজক কৃষ্ণ ৰয়ৰ পৰিৱৰ্তে এইবাৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ নেতৃত্বত আৱাহন থিয়েটাৰে নাট প্ৰদৰ্শন কৰে ৷ কৃষ্ণ ৰয় প্ৰতিষ্ঠাপক প্ৰযোজক হিচাপে জড়িত হৈ আছে আৱাহন থিয়েটাৰত ৷

Intro:Pathsala abahan theater

মঙ্গলবাৰে পাঠশালা আৱাহন থিয়েটাৰ ৰ ৪০ তম নাট্যবৰ্ষৰ শুভাৰম্ভ ll

নাট্যকাৰ হেমন্ত দত্ত ক প্ৰদান কৰা হয় ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা ll
Body:Pathsala abahan theater

পাঠশালা,২১ আগষ্ট: নাট্যনগৰী পাঠশালা ত মঙ্গলবাৰে অসমৰ অন্যতম জনপ্ৰিয় নাট্য দল আৱাহন থিয়েটাৰ ৰ ৪০ তম নাট্যবৰ্ষৰ শুভাৰম্ভ কৰা হয় l প্ৰযোজক কৃষ্ণ ৰয় ৰ পৰিবৰ্তে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ৰ নেতৃত্বত এইবেলি আৱাহন থিয়েটাৰ ৰ প্ৰথম টো খোজ l কৃষ্ণ ৰয় প্ৰতিষ্ঠাপক প্ৰযোজক হিচাপে জৰিত হৈ অাছে আৱাহন থিয়েটাৰ ত l তেনে ক্ষণতে আৱাহনৰ জয় যাত্ৰা অব্যাহত ৰাখি
অাজি আনুষ্ঠানিক ভাৱে আৱাহনৰ মঞ্চ মুকলি কৰে বৰপেটা জিলা উপায়ুক্ত মুনিন্দ্ৰ কুমাৰ শৰ্মাই ll উক্ত মঞ্চত প্ৰদান কৰা হয় এইবাৰ আৱাহন থিয়েটাৰে প্ৰদান কৰা ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰনী বঁটা ll এইবেলি আৱাহন থিয়েটাৰে প্ৰদান কৰা এই বঁটা লাভ কৰে নাট্যাকাৰ হেমন্ত দত্ত ই ll স্বাভাবিকতে অভিনেতা নাট্যকাৰ হেমন্ত দত্ত ই এই বঁটা লাভ কৰি আনন্দিত বোধ কৰে l অনুষ্ঠানত আৱাহনৰ মুখপত্ৰ ৰংগবেদিকা আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে ll নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য ৰ সন্ধ্যাতৰা নাটেৰে মঙ্গলবাৰে আৱাহন থিয়েটাৰে পাতনি মেলে নতুন বৰ্ষ ৰ ll
Conclusion:
Byte - প্ৰস্তুতি পৰাশৰ l
Byte - কৃষ্ণ ৰয় l
Byte - হেমন্ত দত্ত
Vo-2
Photo-1

Dimpal Talukdar
Patacharkuchi LAC
Last Updated : Aug 21, 2019, 9:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.