ETV Bharat / state

নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক

author img

By

Published : Oct 12, 2020, 2:27 PM IST

হাজো-নলবাৰী পথস্থিত লতা ফাৰ্মাচীৰ স্বত্বাধিকাৰী প্ৰণৱ শৰ্মা ওৰফে বুলবুলক আটক কৰিছে নলবাৰী আৰক্ষীয়ে ৷

One more ccused of SI scam arrested at Nalbari
নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক

নলবাৰী, 12 অক্টোবৰ : নলবাৰীত পুনৰ অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষা কেলেংকাৰী কাণ্ডৰ লগত জড়িত এজনক আটক ৷ হাজো-নলবাৰী পথস্থিত লতা ফাৰ্মাচীৰ স্বত্বাধিকাৰী প্ৰণৱ শৰ্মা ওৰফে বুলবুলক আটক কৰিছে নলবাৰী আৰক্ষীয়ে ৷

উল্লেখ্য যে, আটকাধীন প্ৰণৱ শৰ্মা চৰকাৰী স্কুলৰ শিক্ষক বুলি জানিব পৰা গৈছে ৷ বৰ্তমান নলবাৰী থানাত প্ৰণৱ শৰ্মাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ গুৱাহাটী ৰটাৰী ক্লাৱত আছুৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.