নলবাৰী, 19 জুলাইঃ নলবাৰী চহৰৰ মাজমজিয়াতে কৰায়ত্ত হয় এটা চিলনী চোৰ । শুক্ৰবাৰে দিনৰ ভাগত নলবাৰী চহৰৰ মাজমজিয়াতে এগৰাকী ব্যৱসায়ীৰ পৰা টকাৰ বেগ কাঢ়িবলৈ লওঁতেই হাতে-লোটে কৰায়ত্ত হয় চোৰটো ৷ চোৰটোৰ নাম নাজিৰ আলী বুলি জানিব পৰা গৈছে ।
চিলনী চোৰ কৰায়ত্ত - rhief
শুক্ৰবাৰে দিনৰ ভাগত নলবাৰী চহৰৰ মাজমজিয়াতে এগৰাকী ব্যৱসায়ীৰ পৰা টকাৰ বেগ কাঢ়িবলৈ লওঁতেই হাতে-লোটে কৰায়ত্ত হয় এটা চোৰ
নলবাৰীত চিলনী চোৰ কৰায়ত্ত
নলবাৰী, 19 জুলাইঃ নলবাৰী চহৰৰ মাজমজিয়াতে কৰায়ত্ত হয় এটা চিলনী চোৰ । শুক্ৰবাৰে দিনৰ ভাগত নলবাৰী চহৰৰ মাজমজিয়াতে এগৰাকী ব্যৱসায়ীৰ পৰা টকাৰ বেগ কাঢ়িবলৈ লওঁতেই হাতে-লোটে কৰায়ত্ত হয় চোৰটো ৷ চোৰটোৰ নাম নাজিৰ আলী বুলি জানিব পৰা গৈছে ।
Intro:#দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস#
#নলবাৰী চহৰৰ মাজমজিয়াতে কৰায়ত্ত হ’ল এটা চিলনী চোৰ#
#টকাৰ বেগ কাঢ়িবলৈ লওঁতেই কৰায়ত্ত হ’ল চোৰটো#Body:নলবাৰীত চিলনী চোৰৰ সন্ত্ৰাস৷টকাৰ বেগ কাঢ়িবলৈ আহি কৰায়ত্ত হ’ল চিলনী চোৰ৷সম্প্ৰতি নলবাৰী সদৰ থানাৰ আলহী চোৰটো৷উল্লেখ্য যে শুকুৰবাৰে দিনৰ ভাগত নলবাৰী চহৰৰ মাজমজিয়াতে এগৰাকী ব্যৱসায়ীৰ পৰা টকাৰ বেগ কাঢ়িবলৈ হাতে-লোটে কৰায়ত্ত হ’ল এটা চিলনী চোৰ৷নলবাৰী চহৰৰ নাগেৰাৰ চকত নাজিৰ আলী নামৰ ব্যৱসায়ী জনে বেংকৰ পৰা আঢ়ৈ লাখ টকা উলিয়াই বজাৰ কৰিবলৈ লওঁতে বাইকত অহা দুই চিলনী চোৰে টকাৰ বেগটো কাঢ়ি নিবলৈ অপচেষ্টা চলাই৷অৱশ্যে ব্যৱসায়ী জনে তৎক্ষণাত বেগটো জোৰকৈ ধৰি ৰখাৰ লগতে এজনক খামুচি ধৰি কৰায়ত্ত কৰে৷সৌভাগ্যক্ৰমে ৰক্ষা পৰে আঢ়ৈ লাখ টকাৰ বেগটো৷ব্যৱসায়ী জনৰ লগতে স্থানীয় লোকে চিলনী চোৰটোক লপাথপা দি অৱশেষত নলবাৰী সদৰ থানাত গতাই দিয়ে৷আনহাতে,আনজন চিলনী চোৰে কৌশল বুজি পলায়ন কৰে ঘটনাস্থলীৰ পৰা৷ধৃত চিলনী চোৰটো কোচবিহাৰৰ ৰূপেশ দাস বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷লক্ষণীয়ভাৱে নলবাৰীত বহিঃৰাজ্যৰ এনে বহু চিলনী চোৰে সৰ্বসাধাৰণ লোকক সৰ্বস্বান্ত কৰি আহিছে যদিও এইক্ষেত্ৰত চোৰক কৰায়ত্ত কৰি ৰাইজক সকাহ দিয়াত ব্যৰ্থ হৈছে নলবাৰী আৰক্ষী৷Conclusion:কৈলাস ডেকা, নলবাৰী।