ETV Bharat / state

নলবাৰী আৰক্ষীৰ জালত দুই ঈৰাণী গ্ৰুপৰ সদস্য - আটক হল চোৰ

গৰু চুৰি, গাড়ী চুৰি আদি কাৰ্যত জড়িত দুই গভাইত চোৰ জালত পৰিল নলবাৰী আৰক্ষীৰ ৷ আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত আটক হ'ল চোৰ দুটা ৷

নলবাৰী আৰক্ষীৰ জালত দুই ঈৰাণী গ্ৰুপৰ সদস্য
author img

By

Published : Sep 12, 2019, 9:31 PM IST

নলবাৰী , 12 চেপ্তেম্বৰঃ

  • নলবাৰী আৰক্ষীৰ জালত পৰিল দুই ঈৰাণী চোৰ
  • চোৰ দুটাৰ নাম নাজিম আলি আৰু নজিবুল হক
  • গৰু চুৰি, গাড়ী চুৰি আদি কাৰ্যত জড়িত আছিল গভাইত চোৰ দুটা
  • ধৃত চোৰ দুটাৰ ঘৰ নলবাৰীৰ কালাকুচিত
  • নলবাৰী জিলা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত আটক হল চোৰ দুটা
  • কিছু দিনৰ পৰা নলবাৰী আৰক্ষীৰ টোপনি হৰিছিল ধৃত ঈৰাণী চোৰ দুটাই

Intro:নলবাৰী আৰক্ষীৰ জালত দুই ঈৰাণী গ্ৰুপৰ সদস্য।Body:

# দুই ঈৰানী চোৰ নলবাৰী আৰক্ষীৰ জালত
# গৰু চুৰি - গাড়ী চুৰি আদি কাৰ্যতো জড়িত দুই গভাইত চুৰি
# নলবাৰী আৰক্ষীৰ জালত পৰা গভাইত চোৰ দুগৰাকী হল নাজিম আলি আৰু নজিবুল হক ওৰফে সোণতৰা
# ধৃত দুই চোৰৰ ঘৰ নলবাৰীৰ কালাকুচিত
# সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত আটক হল দুই গভাইত চোৰ
# কিছু দিনৰ পৰা নলবাৰী আৰক্ষীৰ টোপনি হৰিছিল দুই ঈৰাণী চোৰেConclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.