ETV Bharat / state

এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী !

নলবাৰীৰ মুকালমুৱাৰ চতেমাৰী গাঁৱৰ বিশেষভাৱে সক্ষম প্ৰদীপ হালৈ নামৰ লোকজনৰ ৬ জনীয়া পৰিয়ালটোৱে দিন কটাইছে এটি গোহালী সদৃশ গৃহত । ধুমুহাই তেওঁলোকৰ বাসগৃহটোৰ চালি উৰুৱাই নিয়াৰ পিছত আৰ্থিক অভাৱৰ বাবে মেৰামতি কৰিব পৰা নাই ঘৰটো ।

author img

By

Published : May 17, 2020, 3:10 PM IST

Nalbari Mukalmua Poor Family
এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী

নলবাৰী,17 মেঃ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী । ধুমুহা বৰষুণৰ মাজতো মুকলি আকাশৰ তলত ৰাতি পাৰ কৰিবলগীয়া হৈছে পৰিয়ালটোৰ ছয়জনীয়া সদস্যই । কাৰণ ধুমুহাই উৰুৱাই লৈ গ'ল তেওঁলোকৰ একমাত্ৰ আশ্ৰয় গৃহটোৰ চালি । নলবাৰীৰ মুকালমুৱাৰ চতেমাৰী গাঁৱৰ বিশেষভাৱে সক্ষম প্ৰদীপ হালৈ নামৰ এই লোকজনৰ ৬ জনীয়া পৰিয়ালটোৱে দিন কটাইছে এটি গোহালী সদৃশ গৃহত । ধুমুহাই তেওঁলোকৰ বাসগৃহটোৰ চালি উৰুৱাই নিয়াৰ পিছত আৰ্থিক অভাৱৰ বাবে মেৰামতি কৰিব পৰা নাই ঘৰটো । যাৰ ফলত সৰু পৰিত্যক্ত নাম মাত্ৰ এটা কোঠালিতেই গৰু-মানুহে একেলগে সহবাস কৰিবলৈ বাধ্য হৈছে ।

এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী

প্ৰদীপ হালৈৰ পত্নী আৰু কন্যাই লোকৰ ঘৰত কাম কৰি পৰিয়াল পোহপাল দি আহিছিল । কিন্তু লকডাউনৰ বাবে তীব্ৰ অৰ্থৰ অভাৱত ভূগিছে পৰিয়ালটো ।আনহাতে, আজিপৰ্যন্ত কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই দুৰ্ভগীয়া এই পৰিয়ালটোক । কোনো সু-হৃদয়বান লোকৰ লগতে দল-সংগঠনে পৰিয়ালটোক সহায় আগবঢ়াব বিচাৰিলে BANK OF INDIAৰ A/C- 500310110004116 আৰু IFSC CODE- BKID0005003ত আৰ্থিক অনুদান আগবঢ়াব পাৰে ।

লগতে পঢ়ক-যোৰহাট বাছ আস্থানত উপস্থিত এএছটিছি প্ৰধান অশোক কুমাৰ ভট্টৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.