ETV Bharat / state

নলবাৰীৰ চৰাঞ্চলত জিলা প্ৰশাসনৰ সাহাৰ্য বানপীড়িতক

author img

By

Published : Jul 17, 2020, 7:38 PM IST

প্ৰশাসনে বানাক্ৰান্ত লোকৰ মাজত ৰিলিফ হিচাপে বৰক্ষেত্ৰী ৰাজহ চক্ৰত ১৮২৬ কুইন্টল চাউল,৩৫১ কুইন্টল দাইল,৮৭ কুইন্টল নিমখ আৰু ১০৫৩৫ লিটাৰ মিঠাতেল দিয়াৰ উপৰি ১২০০খন ত্ৰিপাল বন্যাৰ্তৰ মাজত বিতৰণৰ ব্যৱস্থা কৰিছে বুলি জিলা প্ৰশাসনে জনাইছে।

নলবাৰীৰ চৰাঞ্চলত জিলা প্ৰশাসনৰ সাহাৰ্য বানপীড়িতক
নলবাৰীৰ চৰাঞ্চলত জিলা প্ৰশাসনৰ সাহাৰ্য বানপীড়িতক

নলবাৰী,17 জুলাইঃ নলবাৰীৰ বৰক্ষেত্ৰী চৰাঞ্চলত প্ৰশাসনৰ সাহাৰ্য প্ৰদান বানপীড়িত ৰাইজক ৷ শুকুৰবাৰে বানৰ কৱলত পৰা নলবাৰীৰ বৰক্ষেত্ৰীত বানাক্ৰান্ত লোক সকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহাৰ্য বিতৰণ কৰা হয় । চৰাঞ্চলৰ মুঠ তিনি খন গাঁও পঞ্চায়তৰ অধীনৰ লক্ষাধিক লোকৰ বাবে খাদ্য সামগ্ৰীকে ধৰি, ত্ৰিপাল,পশু খাদ্য ইত্যাদি সামগ্ৰী কাপলাবৰী ঘাটেৰে নাৱৰে লৈ যোৱা হয় চৰাঞ্চললৈ ।

NALBARI DISTRICT ADMINISTRATION RELIEF AT SAR SAPORI ETV BHARAT NEWS
নাৱেৰে চৰ অঞ্চললৈ নিবলৈ সাজু কৰা সাহাৰ্য সামগ্ৰী

কাপলাবড়িত গাঁৱত একাংশ বানাক্ৰান্তক সাহাৰ্য দিয়াৰ পিচতে প্ৰশাসনে আন আন।

উল্লেখযোগ্য যে,প্ৰশাসনে বানাক্ৰান্ত লোকৰ মাজত ৰিলিফ হিচাপে বৰক্ষেত্ৰী ৰাজহ চক্ৰত ১৮২৬ কুইন্টল চাউল,৩৫১ কুইন্টল দাইল,৮৭ কুইন্টল নিমখ আৰু ১০৫৩৫ লিটাৰ মিঠাতেল দিয়াৰ উপৰি ১২০০খন ত্ৰিপাল বন্যাৰ্তৰ মাজত বিতৰণৰ ব্যৱস্থা কৰিছে বুলি জিলা প্ৰশাসনে জনাইছে।

ইফালে বৰক্ষেত্ৰী সমষ্টিৰ লগতে আজিও নলবাৰীৰ ভিন্ন প্ৰান্তত বান সাহাৰ্য বিভিন্ন অঞ্চলত ঢুকি পোৱা নাই বুলি বানাক্ৰান্ত লোকসকলে অভিযোগ উত্থাপন কৰিছে ৷

প্ৰশাসনৰ সাহাৰ্য বানপীড়িতক
প্ৰশাসনৰ সাহাৰ্য বানপীড়িতক
লগতে চাওকঃ নগাঁৱত আগষ্টৰ ভিতৰত 2,500 লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.